• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গাংগুলীৰ প্ৰচেষ্টাত ক্ৰিকেট পৰামৰ্শদাতা সমতিলৈ পুনৰ উভতি অহাৰ সম্ভাৱনা শচীন-লক্ষ্মণৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 30, 2019 5:40 pm

1 min read

vvs-laxman-sachin-tendulkar

শচীনৰ সৈতে লক্ষ্মণ, উৎস-ইণ্টাৰনেট

518
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দলৰ দুই তাৰকা প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু ভি ভি এছ লক্ষ্মণ ক্ৰিকেট পৰামৰ্শদাতা সমিতি (চি এ চি)লৈ পুনৰ উভতি অহাৰ সম্ভাৱনা আছে।

বি চি চি আইৰ এগৰাকী শীৰ্ষ বিষয়াই চি এ চিলৈ শচীন-লক্ষ্মণৰ পুনৰ আগমনৰ ইংগিত দিছে।

বি চি চি আইৰ আভ্যন্তৰত চলি থকা কিছু খেলি মেলিৰ বাবে শচীন টেণ্ডুলকাৰ আৰু ভি ভি এছ লক্ষ্মণে চি এ চিৰ পৰা পদত্যাগ কৰিছিল।

বি চি চি আইৰ বৰ্তমানৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ো চি এ চিৰ পৰা পদত্যাগ কৰিছিল।

সৌৰভ গাংগুলীৰ নেতৃত্বত দেওবাৰে মুম্বাইত বি চি আইৰ সাধাৰণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে আৰু সেই বৈঠকৰ সময়তে চি এ চিত শচীন আৰু লক্ষ্মণৰ অন্তৰ্ভূক্তিৰ বিষয়ে আলোচনা কৰা হ’ব বুলি বি চি চি আইৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে শুকুৰবাৰে মহেন্দ্ৰ সিং ধোনীৰ ভবিষ্যত সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে যথেষ্ট সময় আছে বুলি উল্লেখ কৰি কিছু মাহ পাছত সকলো কথা স্পষ্ট হৈ পৰিব বুলি কয়।

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ো ২০২০ আই পি এলৰ পাছত ধোনীৰ ভবিষ্যতকলৈ স্পষ্ট সিদ্ধান্ত ল’ব পৰা যাব বুলি মত প্ৰকাশ কৰিছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd