DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত শোকস্তব্ধ ক্ৰিকেট জগত

by
June 14, 2020 7:09 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ আধাৰত নিৰ্মিত বলিউদ ছবি ‍‘এম এছ ধোনী : দ্যা আনট’ল্ড ষ্টৰি’ত অভিনয় কৰি ব্যাপক সমাদৰ লাভ কৰা সুশান্ত সিং ৰাজপুতে আজি আত্মহত্যা কৰা ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে।

অত্যন্ত প্ৰতিভাৱান তথা যুৱ অভিনেতা গৰাকীৰ মৃত্যুত বলিউদ, ৰাজনৈতিক ক্ষেত্ৰৰ লগতে ভাৰতৰ ক্ৰিকেট জগততো শোকৰ ছা পৰিছে।

মাত্ৰ ৩৪ বছৰীয়া অভিনেতা গৰাকীৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ, বীৰেন্দ্ৰ সেহৱাগ সহিতে বহু ক্ৰিকেটাৰে গভীৰ শোক প্ৰকাশ কৰিছে।

‘যুৱ আৰু প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুতৰ খবৰ শুনি আচৰিত আৰু দুঃখিত হৈছো…. তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গক সমবেদনা জ্ঞাপন কৰিছো’, এইদৰে শচীন টেণ্ডুলকাৰে শোক প্ৰকাশ কৰে।

ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়ে ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কয়, ‍‘এই খবৰে আচৰিত কৰি তুলিছে, ভগৱানে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গক শক্তি দিয়ক’।

সেহৱাগে কয়, ‍‘কোনে কি পৰিস্থিতিৰ মাজেৰ জীয়াই আছে আমি নাজানো… ঔম শান্তি’।

ইয়াৰ উপৰি বৰ্তমানৰ ভাৰতীয় দলৰ অপেনিং বেটছমেন ৰোহিত শৰ্মা, স্পিনাৰ হৰভজন সিং, প্ৰাক্তন ক্ৰিকেটাৰ কিৰন মোৰেৰ লগতে আন বহুতেই অভিনেতা গৰাকীৰ আত্মহত্যাৰ খবৰ সহজভাৱে মানি ল’ব পৰা নাই।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd