• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ১০ দফীয়া দাবীত ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ণ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 12, 2018 5:55 pm
20181012_123647
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তেওঁলোকৰ বিভিন্ন দাবী লৈ এক ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ণ কৰে। সংগঠনটোৱে বহুদিনৰে পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বিষয়ে চৰকাৰ তথা প্ৰশাসনক অৱগত কৰি আহিছিল। এই সমস্যাসমুহ সমাধানৰ বাবে সংগঠনটোৱে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্য্যসুচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰ তথা প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান নকৰাত আজি সংগঠনটোৱে এক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
সংগঠনটোৰ কেইবা শতাধিক সদস্যই নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা সমদল কৰি আহি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ণ কৰে আৰু শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সংগঠনটোৰ মূল দাবী সমুহ হল— (১)নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৭ বাতিল কৰা, (২)অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়াৰ লগতে বান গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰা,(৩)অনুসূচিত জাতিৰ ৰাজ্যিক আয়োগ গঠন কৰা, (৪)অনুসুচীত জাতিৰ ভূমিহীন লোকসকলক ভূমি প্ৰদানৰ ব্যৱস্থা কৰা, (৫) শিৱসাগৰ জিলাত যি সকল অনুসুচীত জাতিৰ লোকৰ ভূমি পট্টা নাই তেওঁলোকক পট্টা দিয়াৰ ব্যৱস্থা কৰা,(৬) ছাত্ৰ-বৃত্তি নিয়মীয়া কৰা, (৭)শিৱসাগৰ জিলাৰ চৰগুৱা অঞ্চল আৰু ভাটি বনগাঁৱৰ দুৰ্গম পথৰ পকীকৰণৰ ব্যৱস্থা কৰা আৰু লগতে দিখৌ নদীৰ সংহাৰী বানে উটুৱাই নিয়া আৰু আজি পৰ্য্যন্ত কোনো সম্ভেদ নোপোৱা দ্বীপেন জ্যোতি দাসক মৃত ঘোষণা কৰা, (৮) ভাৰতীয় সংবিধান অনুসৰি সংৰক্ষণ ব্যৱস্থা সুচাৰু ৰূপে মানি চলাৰ লগতে অনুসুচীত জাতি জনজাতি অৱমাননা প্ৰতিৰোধ আইনখন অসমত সঠিক ৰূপত ব্যৱহাৰ কৰা, (৯) অসমৰ নদী, বিল,হাট আৰু ঘাট আদি সকলোতে অনুসুচীত জাতিৰ লোকক স্বতন্ত্র অধিকাৰ প্ৰদান কৰা, (১০)অনুসুচীত জাতিৰ অন্যতম উপজাতি জালৌ-মালৌসকলৰ বন্ধ হৈ থকা জাতিগত প্ৰমাণপত্ৰ অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰা আৰু অ’এনজিচিৰ তেলৰ পাইপ ফুটি নিৰ্গত হোৱা তেলৰ জৰিয়তে ৰুদ্ৰসাগৰৰ ক্ষতিগ্ৰস্থ লোকক অতিশীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা।

Apply Now

সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি পৰশ জ্যোতি দাস আৰু সম্পাদক মৃদুল দাসে জনায় যে চৰকাৰ তথা প্ৰশাসনে এই দাবী সমুহ অতিশীঘ্ৰে পূৰণ নকৰিলে পৰবৰ্তী সময়ত প্ৰতিবাদ অধিক তীব্ৰতৰ কৰাৰ লগতে জংগী আন্দোলন কৰিবলৈ বাধ্য হব।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd