• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাইনফিল্ডৰ মাজেৰে সুৰক্ষিত যাত্ৰা: সেনাৰ টেংকৰ বাবে ৯৭৫ কোটি টকাৰে আহিব নতুন ট্ৰয়েল ব্যৱস্থা

by
May 21, 2026 11:03 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাৰ শক্তি আৰু সুৰক্ষা বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে অৰ্থাৎ ২১ এপ্ৰিলত প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেনাৰ টি-৭২ আৰু টি-৯০ টেংকৰ বাবে ট্ৰয়েল এছেম্বলী নামৰ এক বিশেষ ব্যৱস্থা কিনিবলৈ প্ৰায় ৯৭৫ কোটি টকাৰ এক বিশাল চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিখন ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেড আৰু ইলেক্ট্ৰ‘ নিউমেটিক্স এণ্ড হাইড্ৰলিক্স প্ৰাইভেট লিমিটেড নামৰ দুটা কোম্পানীৰ সৈতে কৰা হৈছে। নতুন দিল্লীত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ চুক্তিখন সম্পন্ন হয়।

এই নতুন ট্ৰয়েল ব্যৱস্থাটো প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ‘) অতি উন্নত প্ৰযুক্তিৰে সাজি উলিয়াইছে। এই যন্ত্ৰটোৰ সহায়ত যুদ্ধৰ সময়ত সেনাই শত্ৰুৱে পুতি থোৱা মাইনফিল্ড বা বোমাৰ মাজেৰেও অতি নিৰাপদে আগবাঢ়ি যাব পাৰিব। ই মাটিৰ তলত থকা ভয়ংকৰ মেগনেটিক এণ্টি-টেংক মাইনসমূহ ধ্বংস কৰি সেনাৰ বাহন আৰু টেংকবোৰ যোৱাৰ বাবে এটা সুৰক্ষিত ৰাস্তা তৈয়াৰ কৰিব। ইয়াৰ ফলত যুদ্ধৰ কঠিন পৰিস্থিতিত আমাৰ সেনাৰ কাৰ্যক্ষমতা আৰু নিৰাপত্তা বহু পৰিমাণে বৃদ্ধি পাব।

Apply Now

এই সমগ্ৰ প্ৰকল্পটো চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এক অংশ হিচাপে হাতত লোৱা হৈছে। এই যন্ত্ৰসমূহ সম্পূৰ্ণৰূপে ভাৰতীয় প্ৰযুক্তিৰে দেশতে প্ৰস্তুত কৰা হ‘ব, যিয়ে আমাৰ প্ৰতিৰক্ষা খণ্ডক অধিক স্বাৱলম্বী কৰি তুলিব। ইয়াৰ জৰিয়তে দেশৰ সৰু আৰু মজলীয়া উদ্যোগসমূহে যথেষ্ট লাভান্বিত হোৱাৰ লগতে দেশত বহুতো প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰো সৃষ্টি হ‘ব বুলি আশা কৰা হৈছে। সৰ্বোপৰি, এই চুক্তিয়ে আধুনিক প্ৰতিৰক্ষা সঁজুলিৰে ভাৰতীয় সেনাক শক্তিশালী কৰাৰ দিশত চৰকাৰৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd