• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাটাৰত স্বৰ্ণ অৰ্জন উত্তৰ-পূবৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2019 9:10 am
Mirabai Chanu

মীৰাবাঈ চানু

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষষ্ঠ কাটাৰ ইণ্টাৰনেচনেল কাপৰ মহিলাৰ ৪৯ কেজি শাখাত শুকুৰবাৰে স্বৰ্ণপদক দখল কৰিবলৈ সক্ষম হৈছে উত্তৰ-পূবৰ তাৰকা ভাৰোত্তোলক তথা পূৰ্বৰ বিশ্ব চেম্পিয়ন ছায়খাম মীৰাবাঈ চানুৱে।

প্ৰতিযোগিতাখনত মণিপুৰত জন্মগ্ৰহণ কৰা ২৫ বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে মুঠ ১৯৪ কেজি ভাৰ উত্তোলন কৰি স্বৰ্ণপদক জয় কৰে।

Apply Now

মীৰাবায়ে শুকুৰবাৰে প্ৰতিযোগিতাখনত ক্লীন এণ্ড জাৰ্কত প্ৰথম প্ৰচেষ্টাতে ১১১ কেজি ভাৰ উত্তোলন কৰে যদিও স্নেটচ ইভেণ্টত দ্বিতীয় প্ৰচেষ্টাত ৮৩ কেজি ভাৰ উত্তোলন কৰে।

প্ৰতিযোগিতাখনত ফ্ৰাস্নৰ প্ৰতিযোগি দুগৰাকীয়ে ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক জয় কৰে।

উল্লেখযোগ্য যে, আঘাতৰ ফলত দীৰ্ঘদিনৰ বাবে খেলত অংশগ্ৰহণৰ পৰা আতৰি থাকিবলগীয়া হোৱা মীৰাবায়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত প্ৰত্যাৱৰ্তন কৰিছিল।

ককাঁলৰ আঘাতত আক্ৰান্ত হোৱা উত্তৰ-পূবৰ তাৰকা ভাৰোত্তোলত গৰাকীয়ে এছিয়ান গেইমছ আৰু ২০১৮ বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰিব পৰা নাছিল।

দীৰ্ঘদিনৰ চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ উঠা মীৰাবাঈ প্ৰত্যাৱৰ্তন কৰিয়ে পদক দখল কৰিবলৈ সক্ষম হৈছিল যদিও এতিয়ালৈ নিজৰ পূৰ্ব শ্ৰেষ্ঠ প্ৰদৰ্শন স্পৰ্শ কৰিব পৰা নায়।

আনহাতে, স্বৰ্ণ পদক দখল কৰাৰ পাছত উৎফুল্লিত খেলুৱৈ গৰাকীয়ে দেশৰ বাবে পদক দখল কৰিব পোৱাটো সদায় গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত ব্যক্তিগত প্ৰদৰ্শনৰ আৰু উন্নতি কৰাৰ বাবে চেষ্টা চলাব বুলি মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd