• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰণাম! আত্মবলিদান দি জুইৰ মাজৰ পৰা তিনিটি শিশুৰ জীৱন বচালে সৈনিক স্কুলৰ ছাত্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2020 11:15 am
salute to Amit Raj

সৈনিক স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অমিতলৈ শ্ৰদ্ধাঞ্জলি জনাইছে। ফটো সৌজন্য: আজতক

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চকুৰ সন্মুখতে দাউ দাউকৈ জ্বলিছিল এটা ঘৰ।ঘৰটোৰ ভিতৰৰ পৰা ভাহি আহিছিল তিনিটি শিশুৰ আৰ্ত চিৎকাৰ। এনে পৰিস্থিতিত নিজকে চম্ভালি ৰাখিব নোৱাৰিলে সৈনিক স্কুলৰ এগৰাকী ছাত্ৰই।

বিভিন্নজনৰ বাধা নামানি তেওঁ জুইৰ মাজত সোমাই পৰিল। এটা এটাকৈ তিনিটি শিশুক জীৱন্তে উদ্ধাৰ কৰিলে।

Apply Now

কিন্তু দুৰ্ভাগ্যজনকভাৱে নিজকে বচাবলৈ সক্ষম নহ’ল পুৰুলিয়া সৈনিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ অমিত ৰাজে।

জলন্ত জুইয়ে দগ্ধ কৰি নিলে অমিতৰ শৰীৰ। গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ পৰে ছাত্ৰগৰাকী। দিল্লীৰ হাস্পাতললৈ লৈ গ’লেও জীৱন ৰক্ষা নপৰিল এই সাহসী যোদ্ধাগৰাকীৰ।

হাস্পাতলৰ বিচনাতে জীৱন যুদ্ধত হাৰ মানিলে সম্ভাৱনাপূৰ্ণ ছাত্ৰগৰাকীয়ে। জুইৰ পৰা শিশুকেইটিক বচালে যদিও নিজক বচাব নোৱাৰিলে এই প্ৰকৃত সৈনিকগৰাকীয়ে।

বিহাৰৰ নালন্দাত ঘটিছে এই ঘটনা। ঘটনা অনুসৰি, কৰ’নাৰ পৰিস্থিতিৰ বাবে অমিত ৰাজ তেওঁৰ নালন্দাৰ ঘৰত গৈ আছিল। যোৱা ৩ ডিচেম্বৰত এই কৰণ ঘটনাটো সংঘটিত হয়।

ঘটনাৰ পাছতে অমিতক পাটনাৰ হাস্পাতললৈ নিয়া হয় যদিও শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে ততাতয়াকৈ হেলিকপ্টাৰেৰে দিললঈৰ এখন হাস্পাতললৈ নিয়া হয়। কিন্তু তাতো জীৱন ৰক্ষা নপৰিল এই কিশোৰ সৈনিকৰ।

হাস্পাতলত প্ৰায় ১০ দিন জীৱনৰ সৈতে যুঁজ দি দেওবাৰে অমিতে শেষ নিশ্বাস ত্যাগ কৰে। অমিতৰ মৃত্যুত সৈনিক স্কুলখনত গভীৰ শোকৰ ছাঁ পৰিছে।

স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে মমবাতি জ্বলাই আৰু অমিতৰ ফটোত ফুলৰ মালা দি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। আনহাতে, এনে মৰ্মান্তিক ঘটনাৰ পাছত শোকস্তব্ধ হৈ পৰিছে অমিতৰ পৰিয়ালৰ লোকসকল।

নিজৰ জীৱনকো তুচ্ছ কৰি অমিতৰ এনে দু:সাহসী তথা মানৱীয় কামক সকলোৱে প্ৰণাম জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd