• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিনে ৯ ঘণ্টাকৈ কাৰ্য্যালয়! প্ৰতিক্ৰিয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2019 9:29 pm
SAKP rubbishes report of 9-hour workday for Assam govt employees

সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাৰ ফাইল ছবি।

2.2k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ কৰ্মচাৰীৰ কামৰ সময় দৈনিক ৯ঘন্টা হ’ব বুলি ৰাজ্যৰ একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰা বাতৰি খণ্ডন কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে।

পৰিষদেৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাই নৰ্থ ইষ্ট নাও-ত বাতৰিটোক “উৰাবাতৰি”ৰূপে অভিহিত কৰিছে।

“এইটো সম্পূৰ্ণ এটা উৰা-বাতৰি। ৰাজ্য চৰকাৰৰ তেনেকুৱা কোনো প্ৰস্তাৱেই নাই,” অহা পহিলা জুলাইৰ পৰা নতুন কৰ্মসময় হ’ব বুলি অসমৰে সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰিৰ প্ৰতিক্ৰিয়াত কলিতা।

সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাই বাতৰিটোত প্ৰকাশিত কৰ্মসময় “মানি লোৱা নহ’ব” বুলি ইতিমধ্যে প্ৰতিক্ৰিয়া কৰাত খবৰটোৱে সত্যতাৰ এক ন্যায্যতা লাভ কৰিছিল। ৰাজ্যজুৰি কথাটোৱে চৰ্চাও লাভ কৰিছে।

কিন্তু, ভাৰতৰো ঘোষিত দায়বদ্ধতা থকা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক আইনৰ সংশ্লিষ্ট প্ৰসংগৰ বিনা উল্লেখেৰে পূৰ্বে প্ৰকাশিত এক বাতৰিৰ ভিত্তিত আমলা সন্থাই তাৎপৰ্য্যপূৰ্ণভাৱে কৰা প্ৰতিক্ৰিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিষদে।

“মুৰব্বী বিভাগীয় আমোলা সন্থাই ক’ত পাইছে বিষয়টো নাজানো। আমি– মই নিজেই সুধিছো আৰু আলোচনা কৰিছো– ৯ ঘন্টাৰ সময়সীমা কৰা হোৱা নাই,” কলিতাই জনায়।

কলিতাই লগতে কয় যে আজিৰ তাৰিখত অসমৰ কৰ্মচাৰীসকলে সপ্তাহত গড়ে ৪১ ঘন্টা ১৫ মিনিট কাম কৰি আছে।

লগতে পঢ়ক– সপ্তাহত দুদিনকৈ বন্ধ: সদৌ অসম কৰ্মচাৰী পৰিষদৰ মত

“মাহেকৰ চাৰিটা সপ্তাহৰ বৰ্তমান দুটা সপ্তাহ ৫ দিন আৰু অন্য দুটা সপ্তাহ ৬ দিনকৈ কৰ্ম কৰি আছো। ৬ দিনত মুঠ সময়সীমা হয় ৪৫ ঘন্টা আৰু ৫ দিনত প্ৰায় ৩৭ ঘন্টা। সকলো মিলাই গড় হিচাপত সপ্তাহত ৪১ ঘন্টা ১৫ মিনিট হয়।”

তেওঁ কয় যে সপ্তাহত দুদিনকৈ বন্ধ দিলে কৰ্মচাৰীৰ কৰ্মসময় কিছু বৃদ্ধি কৰাৰ কথা বিবেচনা কৰা হ’ব পাৰে কিন্তু ৯ ঘন্টালৈকে কাৰ্য্যালয় নোহোৱাটো খাটাং।

লগতে পঢ়ক– ‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ : নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ কৰ্মচাৰী পৰিষদ-আছু

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd