• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুই বিবাহিত সমকামী নাৰীক ৰুমত আৱদ্ধ কৰিলে পৰিয়ালৰ লোকে : দুয়োকে উদ্ধাৰ আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2021 4:34 pm

1 min read

lesbian_couple_01_750
343
VIEWS
Share on FacebookShare on Twitter

দুগৰাকী সমকামীক নাৰীক পৰিয়ালৰ লোকে ধৰি এটা ৰুমত আৱদ্ধ কৰি ৰখাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ ঠাকুৰগঞ্জত।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ অনুসৰি ঠাকুৰগঞ্জ আৰক্ষী থানাৰ ডুবাগা অঞ্চলত দুগৰাকী সমকামী নাৰীক পৰিলয়ালৰ লোকে ধৰি বান্ধ এটা কোঠাত আৱদ্ধ কৰি ৰাখে।।

পৰিয়ালৰ লোকে দুয়োগৰাকী সমকামী নাৰীক ধৰি এটা ৰুমত আৱদ্ধ কৰি ৰাখে যদিও এগৰাকীয়ে তাৰ পৰা পলায়ন কৰি আৰক্ষীৰ সহায়ত তেওঁৰ সহযোগীগৰাকীক নিৰাপদে উদ্ধাৰ কৰে।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিৰ মতে সমকামী দুয়োগৰাকী নাৰীয়ে আৰক্ষীৰ আগত যোৱা ১৭ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা বুলি দাবী কৰিছে।

ইয়াৰ পিছৰ পৰাই তেওঁলোক দুয়োকে পৰিয়ালৰ লোকে শাৰীৰিকভাৱে প্ৰহাৰ কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে।

পৰিয়ালৰ লোকে কোঠাত আৱদ্ধ কৰি ৰখা দিনা দুয়োগৰাকী সমকামী নাৰীকে শাৰীৰিকভাৱে প্ৰহাৰ কৰি অত্যাচাৰ কৰা বুলি অভিযোগ কৰিছে। দুই সমকামী নাৰীৰ মতে পৰিয়ালৰ লোকে তেওঁলোকৰ সম্পৰ্কক সদায় বিৰোধিতা কৰি আহিছে।

ইফালে সংবেদনশীল বিষয়টোক নিষ্পত্তি কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

আনহাতে সমকামী দুয়োগৰাকী নাৰীয়ে তেওঁলোকৰ সম্পৰ্কটোত পৰিয়ালৰ লগতে অন্য লোকৰ হস্তক্ষেপ বিৰোধিতা কৰি তেওঁলোকক শান্তিৰে জীৱন যাপন কৰাৰ পৰিৱেশ দিবলৈ আহ্বান জনাইছে।

Recent News

a rajya-sabha

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

Mahanta-Jitu Goswami

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd