• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰত সম্ৰাটৰ শপত গ্ৰহণ: দেশৰ ১৬ জন বিজেপি মুখ্যমন্ত্ৰীৰ ভিতৰত বেছিভাগেই দল সলনি কৰা নেতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2026 4:08 pm
69
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিয়ে মুখ্যমন্ত্ৰীৰ আসন লাভ কৰিছে। সম্ৰাট চৌধুৰীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগে লগে বৰ্তমান দেশৰ ১৬ খন ৰাজ্যত বিজেপিৰ নিজা মুখ্যমন্ত্ৰীয়ে শাসন কৰি আছে। ইয়াৰ উপৰিও আন কেইবাখনো ৰাজ্যত এন ডি এ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, যিটো বিৰোধী দলৰ মুঠ শক্তিতকৈ বহুত বেছি।কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল যে বিজেপিৰ এই ১৬ জন মুখ্যমন্ত্ৰীৰ বেছিভাগেই আগতে আন দলত আছিল বা বিজেপিৰ আদৰ্শৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাছিল।

উদাহৰণস্বৰূপে, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আগতে কংগ্ৰেছত আছিল আৰু ২০১৫ চনত তেওঁ নিজৰ সমগ্ৰ মন্ত্ৰীসভাৰ সৈতে বিজেপিত যোগদান কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ অতীতৰ কথা সকলোৱে জানে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো আগতে আন ৰাজনৈতিক মঞ্চৰ সৈতে জড়িত আছিল। মণিপুৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যুমনাম খেমচান্দ সিং আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিং, লগতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাও এসময়ত কংগ্ৰেছৰ লগত আছিল। আনকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ প্ৰকৃত বিজেপিৰ নেতা হ’লেও, তেওঁৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক এসময়ত কংগ্ৰেছী আছিল।

Apply Now

বৰ্তমান যি ১৬ খন ৰাজ্যত বিজেপিৰ মুখ্যমন্ত্ৰী আছে, সেই ৰাজ্য আৰু মুখ্যমন্ত্ৰীসকল হৈছে ক্ৰমে অৰুণাচল প্ৰদেশত পেমা খাণ্ডু, অসমত হিমন্ত বিশ্ব শৰ্মা, বিহাৰত সম্ৰাট চৌধুৰী, ছত্তীশগড়ত বিষ্ণু দেও ছাই, দিল্লীত ৰেখা গুপ্তা, গোৱাত প্ৰমোদ সাৱন্ত আৰু গুজৰাটত ভূপেন্দ্ৰ পেটেল। ঠিক একেদৰে হাৰিয়ানাত নয়ব সিং ছাইনী, মধ্য প্ৰদেশত মোহন যাদৱ, মহাৰাষ্ট্ৰত দেৱেন্দ্ৰ ফাদনবিছ, মণিপুৰত যুমনাম খেমচান্দ সিং, ওড়িশাত মোহনচৰণ মাঝি, ৰাজস্থানত ভজনলাল শৰ্মা, ত্ৰিপুৰাত মাণিক সাহা, উত্তৰাখণ্ডত পূষ্কৰ সিং ধামি আৰু উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

এই তালিকাত একেবাৰে নতুন নামটো হৈছে বিহাৰৰ সম্ৰাট চৌধুৰী। তেওঁৰ ৰাজনৈতিক যাত্ৰাও বহু সলনি হৈছে। এসময়ত তেওঁ লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডিত আছিল। তাৰ পিছত তেওঁ নীতিশ কুমাৰৰ দল জে ডি ইউত যোগদান কৰে। তাৰ পৰা তেওঁ জিতন ৰাম মাঝিৰ হিন্দুস্তান আৱাম মৰ্চালৈ যায় আৰু শেষত বিজেপিত যোগদান কৰে। ২০২৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হৈছিল আৰু এতিয়া পোনে পোনে মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd