• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনৈতিক দল গঠনকলৈ অসন্তুষ্ট! আছু এৰিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই

সীমান্ত ঠাকুৰীয়াৰ অভিযোগ খণ্ডন, নীলকণ্ঠৰ দৰে কাম কৰি যাব ভৱিষ্যতেও

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2020 6:27 pm
a Samujjal_Kr_Bhattacharya
445
VIEWS
Share on FacebookShare on Twitter

আছু আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য একেটা মুদ্ৰাৰে যেন ইপিঠি-সিপিঠি।

বহুতৰে বাবে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অবিহনে যেন আছু আধৰুৱা।

ছাত্ৰ ৰাজনীতিৰ দীঘলীয়া পৰিক্ৰমাত আছুৰ বাবে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কিমান কাম কৰিছে সেয়া নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই।

আছুৰ ভাল-বেয়া সকলো সময়ৰে অন্যতম অংশীদাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই আৰু আছুত নাথাকে।

আছুৰ দুলীয়াজান অধিৱেশনৰ সময়তে তেওঁ আছু ত্যাগ কৰিব বুলি ঘোষণা কৰিছে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎ প্ৰসংগত ভট্টাচাৰ্য্যই কয় যে কেইটামান বিশেষ কথা উল্লেখ কৰি তেওঁ আছু এৰিব বিচাৰিছে।সেই বিশেষ কথা কেইটা  হৈছে ক্ৰমে আছুৰ অৰাজনৈতিক চৰিত্ৰত আঘাত পৰিব নালাগে,সামূহিক নেতৃত্বৰে আছু পৰিচালিত হোৱা উচিৎ,নীলকণ্ঠৰ দৰে কাম কৰিছিল আৰু কৰি যাব,দেহত শেষ বিন্দু তেজ থকালৈকে আছুৰ হকে কাম কৰি যাব,আছু এৰাৰ পিছতো ৰাজনৈতিক দল আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি কাম কৰি যাব।

উল্লেখ্য আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কেইবাটাও জাতীয় ভাবাপন্ন  সংগঠনৰ উদ্যোগত অসম জাতীয় পৰিষদ গঠনৰ পিছৰে পৰা প্ৰায় এমাহ ধৰি এক প্ৰকাৰ অজ্ঞাতবাসত থকা আছুৰ মুখ্য  উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শেহতীয়াকৈ তেওঁৰ মুখ খুলিছে।

আছুৰ দৰে অৰাজনৈতিক চৰিত্ৰৰ সংগঠনে সদায় অৰাজনৈতিক হৈ থাকিব লাগে বুলি মন্তব্য কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে দুলীয়াজান অধিৱেশনৰ সময়তে তেওঁ আছু ত্যাগ কৰিব।

আছুত থকাৰ সময়ত তেওঁ যিদৰে নীলকণ্ঠৰ দৰে কাম কৰি গৈছিল ঠিক তেনেদৰে পদত্যাগ কৰাৰ পিছতো তেওঁ নীলকণ্ঠৰ ৰূপলৈয়েই কাম কৰি যাব বুলি ভট্টাচাৰ্য্যই মন্তব্য কৰে।

আছুৰ পৰা সদ্য পদত্যাগী কাৰ্যনিৰ্বাহক সদস্য সীমান্ত ঠাকুৰীয়াই ভট্টাচাৰ্য্যৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ খণ্ডন কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে তেনে অভিযোগ  মনেসজা আৰু ভিত্তিহীন।

শাৰীৰিক অসুস্থতাৰ বাবেহে তেওঁ ইমান দিনে ৰাজহুৱা স্থানত ভূমুকি মৰা নাছিল বুলি ভট্টাচাৰ্য্যই কয়।

আছুৰ সংগ্ৰামী সত্বা অটুট ৰাখি সংগঠনটোৱে  সদায় ৰাজনৈতিক বৃত্তৰ বাহিৰত থকাটো সকলোৱে বিচাৰে বুলি তেওঁ মন্তব্য কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd