DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 20, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‍‘নমস্তে ট্ৰাম্প’ৰ বাবেই ক’ৰ’নাৰ সংক্ৰমণ ঘটিছিল দেশত : সঞ্জয় ৰাউত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 10:42 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আদৰিবলৈ ফেব্ৰুৱাৰি মাহত আহমেদাবাদত অনুষ্ঠিত কাৰ্যসূচীৰ বাবেই গুজৰাটৰ পিছত মুম্বাই আৰু দিল্লীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি শিৱসেনা নেতা সঞ্জয় ৰাউতে মন্তব্য কৰিছে।

শিৱসেনাৰ নেতা গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে চৰকাৰে কোনো পৰিকল্পনা নোহোৱাকৈয়ে দেশত লকডাউন প্ৰযোজ্য কৰিছিল, কিন্তু এতিয়া প্ৰত্যাহাৰৰ বাবে ৰাজ্যসমূহক দায়িত্ব দিছে।

শিৱসেনাৰ মুখপাত্ৰ ‍‘সামনা‍’ৰ জৰিয়তে সঞ্জয় ৰাউতে কয়, ‍‘এইটো অমান্য কৰিব নোৱাৰি যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আদৰিবলৈ আয়োজিত জনসমাৱেশৰ বাবেই গুজৰাটত ক’ৰ’নাৰ সংক্ৰমণ ঘটিছে। ট্ৰাম্পৰ সৈতে অহা শীৰ্ষ বিষয়াৰ কিছু সদস্য, মুম্বাই, দিল্লী অহা বাবেই ইয়াতো বিজাণুৰ সংক্ৰমণ ঘটে’।

মহামাৰী প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি ৰাউতে কয় যে যদি বিজেপিয়ে মহাৰাষ্ট্ৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ পৰিকল্পনা কৰি আছে তেন্তে দেশৰ অন্য প্ৰান্তত থকা ১৭ খন বিজেপি শাসিত ৰাজ্যতো ৰাষ্ট্ৰপতি শাসনৰ ব্যৱস্থা কৰিব লাগে।

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰ ক’ৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত বিফল কিয়নো তেওঁলোকৰ হাতত কোনো পৰিকল্পনা নাছিল বুলি ৰাউতে উল্লেখ কৰে।

ৰাউতে লগতে কয় যে মহাৰাষ্ট্ৰ চৰকাৰ ভংগ কৰাৰ বাবে বিজেপিয়ে চেষ্টা অব্যাহত ৰাখিছে কিন্তু আমাৰ প্ৰত্যেকটো সহযোগী দল একত্ৰিত আৰু বিজেপিৰ আশা কেতিয়াও বাস্তৱ নহয়।

Recent News

taslima nasrin slams kabir suman

বিচনাতে নহয়, ভণ্ডামিতো সক্ষম সুমন! আক্ৰমণাত্মক তছলিমাৰ তীৰ্যক কটাক্ষ

Farmers protest

কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰতিবাদৰত সংযুক্ত কিষাণ মৰ্চাৰ: দাবী চনদ দাখিল

Sisodia

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd