• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বিদ্যালয় ৰঙিয়াক পৰাস্ত কৰি কাবাদীৰ খিতাপ অৰ্জন শংকৰদেৱ শিশু নিকেতন কৰৰাৰ

শংকৰদেৱ শিশু নিকেতন কৰৰাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে দুদিনীয়াকৈ আয়োজন কৰিছিল আন্তঃবিদ্যালয়ভিত্তিক ল'ৰাৰ কাবাদী প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2019 6:02 pm
Kabadi

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শংকৰদেৱ শিশু নিকেতন কৰৰাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ অনত্যম অংশ হিচাপে নিকেতনৰ প্ৰাক্তন ছাত্ৰ নয়মমণি বৰ্মনৰ সোঁৱৰণত আয়োজন কৰা আন্তঃবিদ্যালয়ভিত্তিক ল’ৰাৰ কাবাদী প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে।

দুদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতাখনত শংকৰদেৱ শিশু নিকেতন কৰৰাৰ দলটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কেন্দ্ৰীয় বিদ্যালয় ৰঙিয়াক ৪০-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে।

Apply Now

২০১২-১৩ ইং শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে নিকেতন পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত সৰ্বমুঠ ১২টা দলে অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

বিজয়ী আৰু বিজিত দল দুটাক ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। শংকৰদেৱ শিশু নিকেতন কৰৰা দলৰ ৰেইডাৰ নিৰোজ পাঠকে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ বিপৰীতে ৰঙিয়া দলৰ বিকাশ পাচী আৰু কৰৰা দলৰ হিমাংশু ডেকাই ক্ৰমে শ্ৰেষ্ঠ ৰেইডাৰ আৰু শ্ৰেষ্ঠ ডিফেণ্ডাৰৰ বঁটা লাভ কৰে।

প্ৰাক্তন ৰাজ্যিক ভলীবল খেলুৱৈ, ৰেফাৰি তথা অগ্ৰণী ক্ৰীড়া-সংগঠক লোহিত কাকতিয়ে আঁত ধৰা বঁটা বিতৰণ কাৰ্য্যসূচীত  বঁটা বিতৰক হিচাপে উপস্থিত থাকে পূব-কামৰুপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক নৃপেন্দ্ৰ নাথ ডেকা।

বিজয়ী আৰু বিজিত দলৰ প্ৰতিভাৱান খেলুৱৈসকলক পদক প্ৰদান কৰে নিকেতনৰ প্ৰধান আচাৰ্য্য দ্বিজেন শৰ্মাই। উক্ত অনুষ্ঠানতেই নিকেতনৰ প্ৰাক্তন আচৰ্য্যসকলক আৰু খেল পৰিচালক হিচাপে উপস্থিত থকা হেমেন ডেকা, চম্পক ডেকা ,  হীৰকজ্যোতি শৰ্মা, মানস বৈশ্য, মৃণাল তালুকদাৰক আয়োজক সমিতিয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

উদ্যোক্তা সকলে উভয় দলৰে প্ৰশিক্ষক ৰমেন ডেকা, গগন দাস, ঋষিকেশ দাস আৰু নিশান্ত কলিতাকো সম্বৰ্ধনা জ্ঞাপন কৰি সন্মান জনায়।

পূব-কামৰুপ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক জীৱন শৰ্মাই যোৱা ১৮ জানুৱাৰীত প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰিছিল। উদ্বোধনী ভাষণত আনুষ্ঠানিক শিক্ষাৰ লগতে ব্যক্তিত্ব আৰু চৰিত্ৰ গঠনত ক্ৰীড়াৰ অপৰিসীম ভূমিকাৰ কথা উল্লেখ কৰে। তদুপৰি উক্ত প্ৰতিযোগিতাখনে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত যুৱ ক্ৰীড়া প্ৰতিভা বিকাশ কৰাত নিৰ্ণায়ক ভূমিকা ল’ব বুলি দৃঢ়তাৰে মত পোষণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd