DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলিউদ সংগীত জগতৰ পৰাও আত্মহত্যাৰ বাতৰি আহিব পাৰে; সুশান্তৰ মৃত্যুৰ পাছত চনু নিগমৰ বিস্ফোৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2020 7:03 pm
চনু নিগম, উৎস-ইণ্টাৰনেট

চনু নিগম, উৎস-ইণ্টাৰনেট

35.1k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছত বলিউদ সংগীত জগতৰ পৰাও আত্মহত্যাৰ বাতৰি আহিব পাৰে বুলি বিস্ফোৰক মন্তব্য কৰিছে জনপ্ৰিয় সংগীত শিল্পী চনু নিগমে।

”সুশান্তৰ মৃত্যু অতি বেদনাদায়ক কিন্তু বলিউদ সংগীত জগতৰ পৰাও এনেধৰণৰ দুখজনক খবৰ আহিব পাৰে,” চনু নিগমে কয়।

এটা ভিডিঅ’ বাৰ্তা যোগে সংগীত শিল্পী গৰাকীয়ে এইদৰে মন্তব্য কৰে।

বলিউদ সংগীত জগতত কিছু সংখ্যক বৃহৎ লবি আছে আৰু সেই লবিসমূহে বলিউদ সংগীত জগত নিয়ন্ত্ৰণ কৰে বুলি চনু নিগমে উল্লেখ কৰি সংগীত পৰিচালক, সুৰকাৰ সকলে সংগীত শিল্পীৰ সৈতে কাম কৰিবলৈ আগ্ৰহী হ’লেও মিউজিক কোম্পানী সমূহে বহু কণ্ঠশিল্পীক প্ৰতাৰিত কৰিছে বুলি কয়।

”মই বহু কম বয়সত মোৰ কেৰিয়াৰ আৰম্ভ কৰিছিলো বাবে মই ওলাই গ’লো কিন্তু এতিয়াৰ যিসকল নতুন প্ৰজন্মই সংগীতৰ কেৰিয়াৰ গঢ়াৰ বাবে ওলাই আহিছে তেওঁলোক একধৰণৰ মানসিক অশান্তিত ভূগিছে,” চনু নিগমে কয়।

আনহাতে, বহু নতুন প্ৰজন্মৰ প্ৰতিভাৱান ল’ৰা-ছোৱালীয়ে চনু নিগমক লগ ধৰি এই সম্পৰ্কে চৰ্চা কৰে বুলিও তেওঁ লগতে কয়।

ভিডিঅ’ বাৰ্তাটোত সুশান্তৰ মৃত্যুত ভাৰতে এক প্ৰতিভাৱান যুৱ অভিনেতা হেৰুৱালে বুলি চনু নিগমে উল্লেখ কৰাৰ লগতে লাডাখত চহিদ হোৱা ভাৰতীয় সেনা বাহিনীৰ জোৱান সকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd