• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চিনেমা নহয়, দেউতাক ছঈফৰ স’তে হিটলাৰ আৰু ষ্টেলিনৰ কথাহে পাতে ছাৰাই!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 22, 2021 6:14 pm

1 min read

চিনেমা নহয়, দেউতাক ছঈফৰ স’তে হিটলাৰ আৰু ষ্টেলিনৰ কথাহে পাতে ছাৰাই!
385
VIEWS
Share on FacebookShare on Twitter

চিনেমা নহয়, দেউতাকৰ লগত হিটলাৰ আৰু ষ্টেলিনৰ কথাহে পাতে অভিনেত্ৰী ছাৰা আলী খানে।

দেউতাক আন কোনো নহয়, তেওঁ হৈছে বলিউদৰ ছুপাৰষ্টাৰ ছঈফ আলী খান।

ফেব্ৰুৱাৰী মাহৰ এখন ফেশ্বন আলোচনীৰ এটা সাক্ষাৎকাৰত ছাৰাই দেউতাকৰ স’তে থকা সম্পৰ্কৰ কথা বিষদদভাৱে বৰ্ণনা কৰে।

মূলতঃ বুৰঞ্জীৰ কথা পাতি ভাল পায় দুয়োৱে। ইয়াৰ উপৰিও বিভিন্ন ঠাইৰ খাদ্য, লোকসংস্কৃতি, মিউজিয়াম, সংগীত আৰু খেলতো তেওঁলোকৰ ৰাপ আছে।

ছাৰাই কয় শেহতীয়াকৈ বাপেক-জীয়েক দুয়ো ইটালীলৈ  ফুৰিবলৈ যাওতেও দুয়োৱে চিনেমা অথবা বলিউদৰ কথাতকৈ হিটলাৰ আৰু ষ্টেলিনৰ কথাহে পাতিছিল।

উল্লেখযোগ্য যে, শেহতীয়াকৈ ছঈফ আলী খান দ্বিতীয় সন্তানৰ পিতৃত্ব লাভ কৰিছে। ইয়াৰ উপৰিও ‘আদৰ্শপুৰুষ’ নামৰ চিনেমাখনতো তেওঁক ‘বাহুবলী’খ্যাত প্ৰভাসৰ স’তে দেখা যাব।

আনহাতে ছাৰা ব্যস্ত আছে ‘আটৰাংগী ৰে’ নামৰ চিনেমাখনৰ কামত, য’ত অক্ষয় কুমাৰ আৰু ধনুসকো দেখা পোৱা যাব।

Recent News

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

1000_1200x768

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd