• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতক সমৰ্থন কৰিবলৈ খেলপথাৰত শচীন কন্যা; ছ’চিয়েল মিডিয়াত চৰ্চাত শুভমন-ছাৰা, মিমৰ প্লাৱন!

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2023 11:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-বাংলাদেশৰ খেলখনত দেশক সমৰ্থন কৰিবলৈ পোনপটীয়াকৈ খেলপথাৰত উপস্থিত হৈছিল শচীন কন্যা ছাৰা টেণ্ডুলকাৰ। পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত তেওঁক দেখা গৈছিল। বৃহস্পতিবাৰে খেলপথাৰৰ পৰাই তেওঁ লাইভত বিশ্বকাপ উপভোগ কৰি আছিল। আৰু তেওঁক খেলপথাৰত দেখাৰ পিছতে ছ’চিয়েল মিডিয়াত মিমৰ প্লাৱন নামিল।

ছচিয়েল মিডিয়াত অতি জনপ্ৰিয় ছাৰা টেণ্ডুলকাৰ। তদুপৰি তেওঁ আৰু শুভমন গীলে সদায় চৰ্চাত থাকে। এই কথা কিমান সত্য সেয়া নিশ্চিত নহয় যদিও প্ৰেমৰ সম্পৰ্ক আছে বুলি গুঞ্জন প্ৰায়ে শুনা যায়। মেচত তেওঁক দেখাৰ পিছত দুয়োজনকে লৈ আৰম্ভ হয় মিমৰ পাহাৰ।

দৰাচলতে নেটিজেনসকলেনো কি লিখিছে?

এজন ব্যক্তিয়ে লিখিছে, ‘আজি পুনেত ছাৰাই মেচ চাইছে, সেয়ে আনপিনে গীলৰ মাষ্টাৰক্লাছ লোড হৈছে।’

Apply Now

https://twitter.com/ankurumm/status/1714960545835782144?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1714960545835782144%7Ctwgr%5Ed7ef1bfd2eb00d351568a6538986d5cb054dd8e7%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fbangla.hindustantimes.com%2Fentertainment%2Fsara-tendulkar-spotted-in-stands-for-india-bangladesh-match-31697718380449.html

আন এজনে লিখিছে, ‘ছাৰাতো আজি ঘৰলৈ আহিল।’ কোনোবাই আকৌ লিখিছে যে শুভমনে আজি ১০০ কৰিব। কিছুমানে তাইক শুভমন গীলৰ প্ৰাক্তন প্ৰেমিকা বুলিও অভিহিত কৰিছে।

https://twitter.com/niks9326/status/1714961729099116649?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1714961729099116649%7Ctwgr%5Ed7ef1bfd2eb00d351568a6538986d5cb054dd8e7%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fbangla.hindustantimes.com%2Fentertainment%2Fsara-tendulkar-spotted-in-stands-for-india-bangladesh-match-31697718380449.html

ইপিনে,নিজেই ছাৰা টেণ্ডুলকাৰে এক্সত তেওঁৰ ছবি শ্বেয়াৰ কৰিছে যে তেওঁ  ইণ্ডিয়া বাংলাদেশৰ খেল চাবলৈ আহিছে। ছবিখনত ফ্লোৰাল প্ৰিন্টৰ পোছাক পৰিধান কৰা দেখা গৈছে।

কিছুদিন আগতে ছাৰাৰ জন্মদিন পাৰ হৈ গ’ল। কন্যাৰ জন্মদিনত শচীনে এটা ধুনীয়া পোষ্ট শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছে, ‘আমাৰ একমাত্ৰ ছোৱালীজনীলৈ জন্মদিনৰ শুভেচ্ছা থাকিল। আমাৰ চকুৰ মণি ছাৰা।’

লগতে পঢ়কঃ খেলিলে ভাৰতে, চাই ৰ’ল বাংলাদেশ! কোহলীৰ বিৰাট শতক; ৭ উইকেটত দুৰ্দান্ত জয়েৰে বিশ্বকাপৰ শীৰ্ষত ভাৰত

বৃহস্পতিবাৰে ভাৰতে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে। শুভমনে খেলি থকাৰ সময়ত ছাৰাই হাত চাপৰি দিয়া দেখা গৈছিল। শুভমনে কেচ ধৰোতে আৰু ছক্কা মৰাৰ সময়ত হাত চাপৰি বজাই আনন্দ প্ৰকাশ কৰিছে ছাৰাই।

মুঠতে জগৰ লাগিলেও ক্ৰিকেট অনুৰাগী একাংশই ছাৰা-শুভমন যুটীক লৈ ৰগৰ কৰিবলৈ এৰা নাই। সঁচা হওক বা নহওক, এই যুটীক পালে যেন এতিয়াই ধৰি বান্ধি বিয়া পাতিব দিব এনে মনোভাৱেই দেখা গৈছে ছচিয়েল মিডিয়াত।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd