• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হাঁহিমুখীয়া সোণোৱাল এতিয়া মাজুলীৰ ‘MLA’, টুইটাৰত নিজৰ প্ৰফাইল সলাই আৰু কি লিখিলে সোণোৱালে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2021 7:11 pm
mimmm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৫ টা বছৰে তেওঁৰ মুখৰে নিগৰিত হৈছিল ‘জাতি-মাটি ভেটি’ আৰু ‘বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ ভৈয়াম’ৰ কথা।

ভাতৃত্ববোধৰ জৰিয়তে দুৰ্নীতিমুক্ত, বিদেশীমুক্ত আৰু প্ৰদুষণমুক্ত অসম গঢ় দিয়াৰ নিমিত্তে সকলোতে তেওঁ উচ্চস্বৰে বক্তৃতাৰ লহৰ তুলিছিল।

Apply Now

কিন্তু দিল্লীৰ পৰা অহা এটা খবৰ আৰু হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিক ঘোষণা।

তাৰ পাছতে পৰৱৰ্তী মুখ্যমন্ত্ৰীক উদ্দেশ্যি বহু পৰামৰ্শ আগবঢ়ালে সোণোৱালে।

অৱশেষত টুইটাৰ প্ৰফাইলত নিজৰ পৰিচয় সলালে সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ টুইটাৰ ফ’ল’ৱাৰ ৯ লাখ ৫২ হাজাৰলৈ বৃদ্ধি পাইছিল। লগতে ফেচবুকত ১ মিলিয়নলৈকে বৃদ্ধি পাইছিল।

কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পাঁচ বছৰ শাসন চলোৱাৰ পাছতে এতিয়া টুইটাৰত পৰিচয় হ’ল ‘প্ৰাক্তন মুখ্যমন্ত্ৰী, বিধায়ক, মাজুলী’।

tw

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত প্ৰথমটো টুইটাৰ পোষ্টত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি সোণোৱালে কয় ‘ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱা সতীৰ্থ ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত ‘টীম অসম’ হিচাপে আমি সূচনা কৰা অসমৰ উন্নয়নৰ যাত্ৰাক আপুনি আগুৱাই নিব বুলি মই বিশ্বাস ৰাখিছোঁ।‘

কোনোধৰণৰ বিসম্বাদ নকৰাকৈ হাঁহি মুখে তেওঁ হাতত পদত্যাগ পত্ৰ লৈ প্ৰথমে উপস্থিত হ’ল ৰাজভৱনত। ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ হাঁহিমুখৰেই দি হিমন্ত বিশ্ব শৰ্মাৰ লগত একেখন বাহনতে বিধায়িনী বৈঠকলৈ বুলি আহিল সোণোৱাল। তাৰ পাছত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণাৰ পাছতে হাঁহি মুখৰেই তেওঁ আলিঙ্গন কৰি গামোছা দি আদৰিলে। তাৰ পাছত মুখত এমোকোৰা হাঁহি লৈ উদ্দাত্ত ভাষণৰ মাজতে হিমন্ত বিশ্ব শৰ্মালৈ বহু পৰামৰ্শ সৰ্বানন্দ সোণোৱাল।

তেওঁ এতিয়া মাজুলীৰ ‘বিধায়ক’ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ‘হাঁহিমুখীয়া’ সৰ্বানন্দ্ সোণোৱাল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd