• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক ভৱিষ্যৎবাণী সোণোৱালৰ : লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ ২৫খন আসনেই পাব বিজেপিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2018 10:42 am
Sarbananda_Sonowal Assam submitted recommendation to Centre on framing CAA rules: Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ পৰা কংগ্ৰেছমুক্ত কৰাই আছিল আমাৰ লক্ষ্য। মিজোৰামত কংগ্ৰেছ পৰাজয় হোৱাৰ লগে লগে আমাৰ লক্ষ্য বাস্তৱত পৰিণত হ’ল আৰু উত্তৰ-পূব কংগ্ৰেছমুক্ত হ’ল। ১৯’ৰ সাধাৰণ নিৰ্বাচনত উত্তৰ-পূবৰ ২৫খন আসনেই এতিয়া বিজেপিৰ দখলত আহিব’। আগৰতলাত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত এই মন্তব্য কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অলপতে অনুষ্ঠিত হৈ যোৱা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে বেয়াকৈ মুখথেকেচা খোৱা প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত সোণোৱালে কয়, ‘সুশাসন, উন্নয়নৰ স্বাৰ্থত জনসাধাৰণে পুনৰ বিজেপিক ভোট দিব আৰু নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হ’ব। এই ক্ষেত্ৰত কোনো সন্দেহ নাই’।

Apply Now

উল্লেখযোগ্য যে ৰাফেল চুক্তি সন্দৰ্ভত বিজেপিয়ে বৃহৎ কেলেংকাৰি সংঘটিত কৰা বুলি দীৰ্ঘদিনৰে পৰা কংগ্ৰেছে দাবী কৰি আহিছিল যদিও উচ্চতম ন্যায়ালয়ে ৰাফেল চুক্তিত কোনো ধৰণৰ কেলেংকাৰি হোৱা নাই বুলি দিয়া ৰায়ক মুখ্য মন্ত্ৰী সোণোৱালে আদৰণি জনায়।

সোণোৱালে এই প্ৰসংগত কয় যে ৰাফেল চুক্তিক লৈ ইমানদিনে কংগ্ৰেছে যি দাবী কৰি আহিছিল সেয়া মিথ্যাচাৰ বুলি প্ৰমাণিত হ’ল। সেয়ে এতিয়া সমগ্ৰ দেশবাসীৰ ওচৰত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ক্ষমা খোজাৰ লগতে কি উৎসৰ পৰা এই তথ্য লাভ কৰিছিল সেই বিষয়ে ৰাজহুৱা কৰাৰো দাবী জনায়।

ৰাফেল চুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক সন্মাই জনাই বিজেপিয়ে দেশৰ ৭০খন চহৰত সংবাদমেলৰ আয়োজন কৰিছে। ইমানদিনে কংগ্ৰেছে ৰাফেল সন্দৰ্ভত দেশৰ জনসাধাৰণক যে বিপথে পৰিচালিত কৰি আছিল সেই বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশত আয়োজন কৰা সংবাদমেলৰ অংশ হিচাপে অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে ১৮ ডিচেম্বৰত আগৰতলাত সংবাদমেল সম্বোধন কৰে।

সৰ্বানন্দ সোণোৱালৰ সংবাদমেলৰ পৰা এটা প্ৰশ্নৰ উদয় হয় যে যদিহে উত্তৰ-পূবৰ পৰা বিজেপিয়ে গোটেইকেইখন আসন লাভ কৰে তেন্তে কি কাৰণত বিজেপিয়ে অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যত অন্য দলৰ সৈতে মিত্ৰতাত আছে। ইয়াৰ উপৰি হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা ‘নেডা’ৰ তাৎপৰ্য নাথাকিব নেকি তাক লৈও ৰাজনৈতিক মহলত এতিয়া চৰ্চিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd