• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফিফা বিশ্বকাপঃ চৌদি আৰৱৰ খেলুৱৈৱে লাভ নকৰে ৰোলছ ৰয়েছ বাহন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 28, 2022 6:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৌদি আৰৱৰ খেলুৱৈৱে শেহতীয়াৰকৈ ফিফা বিশ্ব কাপত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ বাবে দলটোৰ খেলুৱৈসকলক ৰোলছ ৰয়েছ বাহন উপহাৰ হিচাবে দিয়া হ’ব বিলি প্ৰচাৰিত বাতৰি ভুৱা বুলি কৈছে দলটোৰ প্ৰশিক্ষকে। তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি প্ৰশিক্ষকগৰাকীয়ে স্পষ্ট কৰি দিছে।

চৌদি আৰৱ দলৰ মুখ্য প্ৰশিক্ষক হাৰ্ভ ৰেনাৰ্ডে আজি সংবাদমাধ্যমৰ আগত কয় যে আৰ্জেণ্টিনাৰ বিৰুদ্ধে বিশ্বকাপত বৃহৎ বিজয়ৰ পিছত দেশখনৰ ৰাজপৰিয়ালে গোটেই দলটোক ৰোলছ ৰয়েছ বাহন উপহাৰ দিব বুলি ওলোৱা খবৰ অপপ্ৰচাৰহে। তেনে কোনো সিদ্ধান্তই লোৱা হোৱা নাই।

Apply Now

উল্লেখ্য চৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন ছলমান আল চাউদে চৌদি আৰৱৰ দলটোৰ প্ৰতিজন খেলুৱৈক আৰএম ৬ মিলিয়ন ৰোলছ ৰয়েছ ফেণ্টম উপহাৰ দিব বুলি শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছিল।
ৰেনাৰ্ডে কয়, “আমাৰ এটা অতি গুৰুত্বপূৰ্ণ ফেডাৰেচন আৰু ক্ৰীড়া মন্ত্ৰালয় আছে আৰু এই মুহূৰ্তত কিবা এটা পোৱাৰ সময় নহয়। আমি কেৱল এখন খেলহে খেলিছো, গ্ৰুপ পৰ্যায়ৰ দুখন অতি গুৰুত্বপূৰ্ণ খেল এতিয়াও খেলিবলৈ আছেই। গতিকে এতিয়াই আমি ইমান বেছি একো আশা নকৰাই ভাল। দুয়ো খন খেলতে জিকিব পাৰিম বুলি আমি আশা কৰি আছোঁ।”

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

August 12, 2026 5:07 pm
অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd