• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী নৃত্যশিল্পী দলৰ আক্ৰমণকাৰীক ফাঁচী চৌদি আৰৱৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2020 11:20 am
soldier-cnn

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৌদি আৰৱত লাইভ প্ৰদৰ্শন আগবঢ়োৱা কমেও তিনিজনীয়া এটা স্পেনিছ নৃত্যশিল্পীৰ দলক ছুৰিকাঘাত কৰা এজন লোকক ফাঁচী দিয়া হৈছে।

যোৱা বছৰৰ নৱেম্বৰত দেশখনৰ ৰাজধানী ৰিয়াধত এক উৎসৱৰ সময়ত থিয়েটাৰ গ্ৰুপটোৰ ওপৰত আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল।

Apply Now

দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে ইমাদ অল-মনছৌৰী(৩৩) নামৰ য়েমেনৰ আক্ৰমণকাৰীজন অল-কায়দাৰ সন্ত্ৰাসবাদী গোটৰ সদস্য।

সংৰক্ষণশীল ধৰ্মীয় সংগঠনে বহুদিনৰ আগতে চৌদি আৰৱত মনোৰঞ্জনৰ ওপৰত জাৰি কৰা  নিষেধাজ্ঞাৰ সময়ছোৱাতে ঘটনাটো সংঘটিত হৈছিল।

যোৱা বছৰৰ ১১ নৱেম্বৰত  ৰিয়াধৰ কিং আব্দুল্লা পাৰ্কত এজন লোকে মঞ্চ উত্তাল কৰি তোলাৰ সময়তে আক্ৰমণটো ঘটিছিল আৰু থিয়েটাৰ গ্ৰুপৰ সদস্যকেইজনক ছুৰীকাঘাত কৰা হৈছিল।

সন্ত্ৰাসবাদৰ গোচৰৰ বিচাৰ চলোৱা এখন আদালতে অল-মনছৌৰিক য়েমেনত এজন জ্যেষ্ঠ অল-কায়দাৰ নেতাৰ নিৰ্দেশত কাম কৰাকে ধৰি কেইবাটাও অভিযোগত দোষী সাৱ্যস্ত কৰে।

বৃহস্পতিবাৰে তেওঁক ৰিয়াধত মৃত্যুদণ্ড দিয়া হয় বুলি দেশখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

ঘটনাটোত দ্বিতীয় এজন লোককো বিশেষ অপৰাধৰ বিচাৰ চলোৱা আদালতে ১২বছৰ ৫ মাহৰ বাবে কাৰাগাৰালৈ প্ৰেৰণ কৰিছে।

চৌদি কৰ্তৃপক্ষই দাবী কৰে যে অল-মনছৌৰিয়ে দেশৰ নতুনকৈ প্ৰতিষ্ঠা কৰা মনোৰঞ্জন কৰ্তৃপক্ষৰ বিৰুদ্ধে নিজকে প্ৰদৰ্শন কৰি এটা ভিডিঅ’ নিৰ্মাণ কৰে আৰু ছচিয়েল মিডিয়াত ভাইৰেল কৰিছিল।

২০১৭চনত নিযুক্ত হোৱাৰ পাছত ৰাজকুমাৰ মহম্মদ বিন ছলমানে ভিছন-২০৩০ নাম দি আধুনিক সংস্কাৰৰ এক কাৰ্যসূচীৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ জৰিয়তে বহু দশক ধৰি নিষিদ্ধ হৈ থকা চিনেমাকে ধৰি মনোৰঞ্জনৰ মাধ্যমসমূহৰ নিষেধাজ্ঞা উঠাই দিছিল।

যোৱা নৱেম্বৰৰ উক্ত আক্ৰমণটো সংস্কাৰ কাৰ্যসূচী ঘোষণাৰ পাছত প্ৰথম ঘটনা বুলি সদৰী কৰিছে চৌদি কৰ্তৃপক্ষই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd