• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবিশ্বাস্য হ’লেও সত্য! আৰৱৰ স্কুলত পঢ়ুওৱা হ’ব ৰামায়ণ, মহাভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2021 8:50 am
Mahabharata
458
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বিভিন্ন দেশত ভাৰতৰ বৰ্ণাঢ্য সংস্কৃতিৰ চৰ্চা চলি আহিছে। কিন্তু আৰৱৰ স্কুলত মহাভাৰত! অবিশ্বাস্য হ’লেও কথাটো সঁচা।

এইবাৰ চৌদি আৰৱৰ স্কুলতো চৰ্চা হ’ব ভাৰতীয় সংস্কৃতি, ইতিহাস, যোগ তথা আয়ুৰ্বেদৰ। চৌদি আৰৱৰ প্ৰিন্স মহম্মদ বিন চলমানে তেনে এক পৰিকল্পনাই কৰিছে। ইয়াৰ ভিতৰত মহাভাৰতো আছে।

প্ৰিন্স মহম্মদ বিন চলমানে দেশখনৰ স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমত বহু কিছু পৰিৱৰ্তন আনিছে। তেওঁ বিভিন্ন দেশৰ ইতিহাস, সংস্কৃতি সম্পৰ্কে শিক্ষাৰ্থীসকলক এক ধাৰণা দিয়াটো বিচাৰিছে।

ইয়াৰ মাজত ভাৰতৰ শিক্ষা-সংস্কৃতিও আছে। তেওঁৰ এই পৰিকল্পনাৰ নাম দিয়া হৈছে ‘ভিছন ২০৩০’।

প্ৰিন্সৰ পৰিকল্পনা অনুসৰি ইতিমধ্যে চৌদি আৰৱৰ স্কুলৰ পাঠ্যক্ৰমত সোমাইছে ৰামায়ণ আৰু মহাভাৰত। ইয়াৰ লগতে যোগ আৰু আয়ুৰ্বেদ সম্পৰ্কেও বহুখিনি বিষয় পঢ়ুওৱা হ’ব।

কেবল সেয়াই নহয়, বাতৰি অনুসৰি ভিছন ২০৩০-ত ইংৰাজী ভাষা শিকাটোও  বাধ্যতামূলক কৰা হৈছে। এই পৰিকল্পনাৰ জৰিয়তে চৌদি আৰৱৰ শিক্ষা ব্যৱস্থাৰ দৃষ্টিভংগীত আমোল পৰিৱৰ্তন ঘটিব পাৰে।

মহাভাৰতত এক লাখ শ্লোক আৰু দীঘলীয়া গদ্যাংশ সংযোজন গটিছে। মহাকাব্যখনত প্ৰায় ওঠৰ লাখ শব্দ সংখ্যা আছে। ইয়াৰ আয়তন ইলিয়াড আৰু ওডিচিৰ সন্মিলিত আয়তনতকৈ দহগুণ অধিক হ’ব।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd