DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছৌদি যুৱৰাজ আল ওৱালেড আৰু ধনকুবেৰ এলন মাস্কৰ মাজত ‘টুইটাৰ’ক লৈ বিবাদে আনিছে বিপদ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2022 9:09 pm
ছৌদি যুৱৰাজ আল ওৱালেড আৰু ধনকুবেৰ এলন মাস্কৰ মাজত ‘টুইটাৰ’ক লৈ বিবাদে আনিছে বিপদ!
147
VIEWS
Share on FacebookShare on Twitter

টুইটাৰৰ মালিকীস্বত্ব ক্ৰয়ক কেন্দ্ৰ কৰি এইবাৰ ছৌদি যুৱ ৰাজ আল ওৱালেড বিন তালালৰ সৈতে বিবাদত জড়িত হৈ পৰিছে আমেৰিকাৰ ধনকুবেৰ তথা প্ৰযুক্তি সংস্থা টেচলা তথা মহাকাশ বিষয়ক সংস্থা স্পেচ এক্সৰ প্ৰতিষ্ঠাপক এলন মাস্ক।

এলন মাস্কে টুইটাৰত ছৌদি আৰৱৰ ভূমিকাকলৈ প্ৰশ্ন উত্থাপন কৰিছিল। এলন মাস্কে  টুইটাৰ ক্ৰয়ৰ বাবে ৪৩ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও সেয়া ছৌদি যুৱৰাজ তালালে পছন্দ কৰা নাই।

যুৱৰাজ তালালৰ মতে এই মূল্য টুইটাৰৰ প্ৰকৃত মূল্যতকৈ বহুত কম।

লগতে পঢ়ক: উত্তৰ কোৰিয়াই চুৰ কৰিছে ৬১৫ মিলিয়ন ডলাৰ ক্ৰিপ্টোকাৰেন্সি; দাবী এফবিআইৰ

ছৌদি যুৱৰাজে তেওঁৰ টুইটাৰ একাউন্টত লিখিছে, ‘’টুইটাৰৰ ডাঙৰ আৰু দীঘলীয়া দিনৰ অংশীদাৰ হিচাপে মই এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছো।‘’ যুৱৰাজ তালালৰ টুইটাৰৰ প্ৰত্যুত্তৰ দিছে এলন মাস্কেও।

টুইটাৰত বৰ্তমান মাস্কৰ অংশীদাৰিত্ব ৯.২শতাংশ। তেওঁ টুইটাৰত ছোদি যুৱৰাজ তালালৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিমান অংশীদাৰিত্ব আছে জানিব বিচাৰিছে। তদুপৰি, মাস্কে সাংবাদিকতাৰ বাক স্বাধীনতাৰ সম্পৰ্কত ৰাজতন্ত্ৰৰ (ছৌদিৰ) দৃষ্টিভংগীও জানিব বিচাৰে।

এলন মাস্কে মত প্ৰকাশৰ স্বাধীনতা বহন কৰা স্বতন্ত্ৰ মাধ্যম হিচাপে টুইটাৰক গঢ় দিবলৈ মালিকীস্বত্ব ল’ব বিচাৰে বুলি সদৰী কৰিছে।

লগতে পঢ়ক: যুদ্ধ জাহাজ ‘মস্কোভা’ত মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া! কীয়েভত ৰাছিয়াৰ বোমাবৰ্ষণ

এতিয়া দুগৰাকী শক্তিশালী প্ৰতিপক্ষই টুইটাৰকো উলম্ব বিভাজনৰ পিনে  লৈ গৈছে। কোনোৱে যদি ছৌদি আৰৱৰ  গণ মাধ্যমৰ নীতিৰ সমালোচনা কৰিছে, আনগৰাকীয়ে আকৌ আমেৰিকাৰ মানৱাধিকাৰ প্ৰসংগকলৈয়ো প্ৰশ্ন তুলিছে।   

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd