• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে হোজাইত ‘একতাৰ দৌৰ’

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , October 31, 2018 10:30 am

2 min read

Run For Unity

ফটো : নৰ্থ-ইষ্ট নাও

262
VIEWS
Share on FacebookShare on Twitter

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি আজি হোজাই জিলা আৰক্ষীয়ে একতাৰ দৌৰ শীৰ্ষক এক সমূহীয়া দৌৰৰ আয়োজন কৰে।

বৰ্ষীয়ান ক্ৰীড়াবিদ সৌমেশ্বৰ বৰাই শুভাৰম্ভণি কৰা সমূহীয়া দৌৰত হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে বহুতো শীৰ্ষ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

জিলাখনৰ বিভিন্ন আগশাৰীৰ ক্ৰীড়াবিদ, আৰক্ষী, চি আৰ পি এফ জোৱান, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে এই একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচীত অংশ লৈ হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে কয়, ‘এক ভাৰতবৰ্ষ গঢ় দিয়াৰ বাবে চৰ্দাৰ বল্লভ ভাই পেটেলে উল্লেখনীয় অৱদান আগবঢ়াই গৈছে। তেওঁৰ জীৱন পৰিক্ৰমা সকলোৰে বাবে আদৰ্শৰ। সঁচা অৰ্থত তেওঁ এগৰাকী ভাৰতবৰ্ষৰ লৌহ মানৱ’।

ইফালে বৰ্ষীয়ান ক্ৰীড়বিদ সৌমেশ্বৰ বৰাই নৰ্থ-ইষ্ট নাওৰ আগত কয়- ‘চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীত মই তেওঁলৈ শ্ৰদ্ধা নিবেদিছো। এক ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত তেওঁ যি অৱদান আগবঢ়াই গৈছে সেয়া কেতিয়াও পাহৰিব নোৱাৰি’।

আনহাতে একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচীত অংশ লোৱা আন এগৰাকী বৰ্ষীয়ান ক্ৰীড়াবিদ তথা সমাজকৰ্মী কমল দত্তই ‘এইজন মহান ব্যক্তিৰ জন্ম জয়ন্তী উপলক্ষে এইদৰে সমূহীয়া দৌৰত অংশ ল’বলৈ পাই মই নিজকে গৰ্বিত অনুভৱ কৰিছো’ বুলি কয়।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd