• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

SBI-ৰ গ্ৰাহক? বেংক বা ATM-লৈ নোযোৱাকৈয়ে নিমিষতে জানিব পাৰিব আপোনাৰ একাউণ্টৰ বেলেন্স

বেলেন্স পৰীক্ষাৰ লগতে আন বহুকেইটা কামৰ বাবে ইণ্টাৰনেট বেংকিং, বেংকৰ শাখা ভ্ৰমণ, ATM-ত শাৰী পতাৰ পৰা সকাহ গ্ৰাহকক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2020 11:39 am
SBI to change ATM cash withdrawal rules from Sep 18

এচ বি আই এ টি এমৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষ্টেইট বেংকে ইয়াৰ গ্ৰাহকসকলক বেলেন্স পৰীক্ষাৰ লগতে আন বহুকেইটা কামৰ বাবে ইণ্টাৰনেট বেংকিং, বেংকৰ শাখা ভ্ৰমণ, ATM-ত শাৰী পতাৰ পৰা সকাহ দিছে।

দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংকটোৱে ইয়াৰ গ্ৰাহকসকলৰ বাবে সদায়ে নতুন নতুন সুচলতাৰ ব্যৱস্থা কৰি আহিছে আৰু ইয়াৰ অংশ হিচাপে ডিজিটেল সেৱাৰ মান উন্নত কৰি আনিছে।

Apply Now

এতিয়াৰ পৰা গ্ৰাহকসকলে নিজৰ একাউণ্টত থকা ধনৰাশি (বেলেন্স) পৰীক্ষা কৰিবলৈ  পঞ্জীয়নকৃত নম্বৰটোৰ পৰা এটা সাধাৰণ SMS কৰিলেই হ’ব।

SMS কৰাৰ মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে নিজৰ একাউণ্টৰ বেলেন্সৰ খবৰ উত্তৰ হিচাপে পাব আৰু এই SMS –ৰ কোনো মাচুল নাই, অৰ্থাৎ ই ট’ল-ফ্ৰী।

তাতকৈও সুচলতাৰ কথাটো হ’ল আপোনাৰ যদি এছ এম এছ লিখিবলৈ আমনি লাগিছে, এটা মিছডকল (missed) দিলেও দুই মিনিটৰ ভিতৰত নিজৰ বেলেন্সৰ বিষয়ে জানিব পাৰিব।

ইয়াৰ বাবে BAL বুলি লিখি নিজৰ পঞ্জীয়নকৃত ম’বাইল নম্বৰৰ পৰা 09223766666 নম্বৰটোলৈ এছ এম এছ প্ৰেৰণ কৰক। লগে লগে আপোনাৰ বেলেন্সৰ তথ্য উত্তৰ হিচাপে আহিব। এইটো নম্বৰত মিছডকলো দিব পাৰে এই উদ্দেশ্যত।

কেৱল বেলেন্সেই নহয়। এইদৰে আপুনি আপোনাৰ একাউণ্টৰ মিনি ষ্টেইটমেণ্ট (mini statement) লাভ কৰিব পাৰে ম’বাইলত। মিনি ষ্টেইটমেণ্টত আপুনি শেহতীয়া ৫টা লেনদেনৰ বিষয়ে অৱগত হ’ব পাৰিব। মিনি ষ্টেইটমেণ্টৰ বাবে ওপৰোক্ত নম্বৰত প্ৰেৰণ কৰিব লগীয়া এছ এম এছ ক’ডটো হ’ল MSTMT.

ইয়াৰোপৰি আপুনি এছ এম এছৰ জৰিয়তে চে’কবুকৰ অনুৰোধো কৰিব পাৰে। চে’কবুক অনুৰোধ কৰাৰ বাবে এছ এম এছ ক’ডটো হ’ল CHQREQ. এইটো লিখি আপোনাৰ পঞ্জীয়নকৃত নম্বৰৰ পৰা 09223588888 নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব।

ইয়াৰ পিছত আপোনালৈ এটা এছ এম এছ আহিব, য’ত ৬টা অংকৰ এটা সংখ্যা থাকিব। এতিয়া CHQACCY আৰু ইয়াৰ সৈতে কোনো খালী ঠাই নোহোৱাকৈ এই ৬টা অংকৰ এটা সংখ্যাটো লিখি পুনৰ 09223588888 নম্বৰটোলৈ প্ৰেৰণ কৰক। এইটো বেংকৰ পৰা মেছেজটো লাভ কৰাৰ  দুঘণ্টাৰ ভিতৰত কৰিব লাগে।

মনত ৰাখিব এই সকলো সুবিধা লাভ কৰিব পাৰিব, যদিহে আপোনাৰ ম’বাইল নম্বৰটো বেংকৰ একাউণ্ট নম্বৰৰ বিপৰীতে পঞ্জীয়ন হৈ থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd