• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৬ ডিচেম্বৰত গুৱাহাটীত ‘এছ বি আই ৰান ফৰ গ্ৰীনাৰ ফিউচাৰ’ মাৰাথন দৌৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 13, 2018 1:43 pm

1 min read

৬ জুলাইত লামডিঙত সদৌ অসম প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা

প্ৰতিনিধিত্বমূলক ছবি

269
VIEWS
Share on FacebookShare on Twitter

অহা ১৬ ডিচেম্বৰত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা আয়োজিত ‘এছ বি আই ৰান ফৰ গ্ৰীনাৰ ফিউচাৰ’ শীৰ্ষক মাৰাথন দৌৰ।

উল্লেখযোগ্য যে এছ বি আইয়ে যোৱা ৩০ ছেপ্টেম্বৰত ৰাজধানী দিল্লীত সূচনা কৰা স্বাস্থ্য আৰু পৰিৱেশ সজাগতামূলক উক্ত মাৰাথন দৌৰ লক্ষ্ণৌ, হায়দৰাবাদ, মুম্বাই, বেংগালুৰু আৰু তিৰুৱনন্তপুৰম হৈ অহা ১৬ ডিচেম্বৰত গুৱাহাটী পাবহি।

প্ৰাপ্ত তথ্য মতে, দেশৰ মুঠ গুৱাহাটীকে ধৰি ১৫খন মহানগৰত ‘এছ বি আই ৰান ফৰ গ্ৰীনাৰ ফিউচাৰ’ৰ আয়োজন কৰা হৈছে। সেই অনুসৰি ১৬ ডিচেম্বৰৰ পুৱা খানাপাৰাৰ পশুপালন মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা এছ বি আইৰ উত্তৰ-পূব চাৰ্কোলৰ মুখ্য মহাপ্ৰৱন্ধক সুনীল কুমাৰ টেণ্ডনে এই দৌৰ কাৰ্যসূচীৰ পতাকা জোকাৰি সূচনা কৰিব।

ইচ্ছুক অংশগ্ৰহণকাৰী সকলে বুক মাই শ্ব’ ডট কম বা  youtoocanrun.com যোগে নাম পঞ্জীয়ন কৰিব পাৰিব বুলি আয়োজকৰ ফালৰ পৰা জনোৱা হৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd