DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিটেনশ্যন কেম্পৰ পৰা বন্দীক মুকলিৰ প্ৰসংগত দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2020 8:17 am
Story-4-1140x570
10.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ডিটেনশ্যন কেম্পৰ বন্দী সকলক মুকলি কৰি দিয়াৰ প্ৰসংগত কৰা এক আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মঙলবাৰে অসম চৰকাৰলৈ জাননী জাৰি কৰিছে।

‘জাষ্টিচ এণ্ড লিবাৰ্টি ইনিচিয়েটিভ’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই বিগত ২৫ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ সন্মুখত আবেদন দাখিল কৰিছিল।

জানিব পৰা মতে, আবেদনখনত ডিটেনশ্যন কেম্পত দুবছৰতকৈ অধিক সময় অতিবাহিত কৰা লোক সকলক মুকলি কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰা হৈছিল।

ৰাজ্যসভাত গৃহ মন্ত্ৰ্যালয়ে ১১ মাৰ্চত ছয়টা ডিটেনশ্যন কেম্পত মুঠ ৮০২ গৰাকী বন্দী আছে বুলি দাঙি ধৰা তথ্যৰ বিষয়েও আবেদনখনত উল্লেখ কৰা হৈছে।

২০১৯ বৰ্ষত ডিটেনশ্যন কেম্পত ১০ গৰাকী লোকৰ মৃত্যু হৈছে।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত অধিক সংখ্যক লোক থকা বাবে ডিটেনশ্যন কেম্পসমূহত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা অধিক বুলি উল্লেখ কৰা হৈছে।

অসমত মঙলবাৰে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৮ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, সমগ্ৰ দেশত এতিয়ালৈ ৪৭৮৯ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২৪ গৰাকী লোক এই ভাইৰাছ বিধৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰিছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd