• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱালৰ বিভাগত চি বি আই তদন্ত দাবী আছুৰ, ৰাজ্যজুৰি বিক্ষোভ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 20, 2019 4:15 pm
'Scam' in Assam IPR and PnRD departments, AASU demands CBI investigation

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা দোহাৰি অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজৰ হাতত থকা বিভাগৰে চি বি আই তদন্ত দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

মুখ্য মন্ত্ৰীৰ নিজৰ দায়িত্বত থকা তথ্য আৰু জনসংযোগ আৰু মন্ত্ৰী নৱ দলেৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত ব্যাপক “গেৰুৱাকৰণ” আৰু “মুকলি বজাৰ” চলাৰ অভিযোগ তুলি ইয়াৰ চি বি আই বা ন্যায়িক তদন্ত দাবী কৰিছে আছুৱে।

Apply Now

“চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত আমি সন্তুষ্ট নহয়। ইয়াৰ ন্যায়িক বা চি বি আইৰ তদন্ত হ’ব লাগে। নিযুক্তি প্ৰক্ৰিয়াত পিছদুৱাৰেদি স্বজন-তোষণ দুৰ্নীতিৰে ভৰাৰ লগতে ইয়াক যি ধৰণে গেৰুৱাকৰণ কৰা হৈছে, তেনে অৱস্থাত মেধাসম্পন্ন প্ৰাৰ্থীয়ে কেনেকৈ ন্যায় পাব? এনেধৰণৰ দুৰ্নীতি সংঘটিত হোৱাৰ পাছতো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখন নীৰৱ হৈ আছে!” গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত বুধবাৰে আছুৰ বিক্ষোভস্থলীত এই মন্তব্য সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈৰ।

নিযুক্তি কেলেংকাৰিৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান নকৰিলে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দি ছাত্ৰ নেতা গগৈয়ে বিভাগকেইটাৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা ব্লুম ইলেক্ট্ৰনিকচ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে প্ৰত্যক্ষভাৱে জৰিত থকাৰো অভিযোগ তুলিছে আছুৱে। “নৱ কুমাৰ দলেই চাকৰিৰ মুকলি বজাৰ বন্ধ কৰিব লাগে,” কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি মেধিৰ মন্তব্য।

বুধবাৰে সংগঠনটোৱে সমগ্ৰ ৰাজ্যজুৰি সোণোৱাল চৰকাৰৰ “নিযুক্তি দুৰ্নীতি”ৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd