DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সামান্য আৰু অসম্পূৰ্ণ প্ৰমাণ : টুলকিট গোচৰত দিশা ৰবিক জামিন প্ৰদান আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 9:01 pm
2021_2img22_Feb_2021_PTI02_22_2021_000162B-1200x600
248
VIEWS
Share on FacebookShare on Twitter

চুইডিছ পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ টুলকিট ব্যৱহাৰ গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংগালুৰুৰ ২২ বৰ্ষীয় পৰিৱেশকৰ্মী দিশা ৰবিক জামিন প্ৰদান কৰিছে আদালতে।

মংগলবাৰে দিল্লী আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই কেতবোৰ চৰ্ত আৰু ১ লাখ টকাৰ বণ্ডত মংগলবাৰে দিশা ৰবিক জামিন প্ৰদান কৰিছে।

উল্লেখ্য যে যোৱা ১৫ ফেব্ৰুৱাৰিত দিল্লী সীমান্তৰ কৃষক বিক্ষোভৰ প্ৰতি আন্তাৰাষ্ট্ৰীয় পৰ্যায়ত মনোযোগ বৃদ্ধিৰ উদ্দেশ্যৰে দিশা ৰবিয়ে চুইডিছ পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গৰ টুইটৰ টুলকিট ব্যৱহাৰ কৰাৰ অভিযোগ কৰি দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিশাক।

গ্ৰেপ্তাৰ কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছিল যে দিশাই বিশ্ব সম্প্ৰদায়ৰ সন্মুখত ভাৰতৰ সন্মান হানি কৰাৰ লগতে তেওঁৰ খালিস্তানপন্থীৰ প্ৰতিয়ো অনুকম্পা আছে।

ইফালে মংগলাবাৰে আদালতত অতিৰিক্ত সত্ৰ ন্যায়াধীশগৰাকীয়ে কয় যে হোৱাটছএপ মতামত প্ৰদান গোট সৃষ্টি আৰু অক্ষতিকাৰক টুলকিট সৃষ্টি কৰাতো অপৰাধ নহয়।

“সামান্য আৰু থুলমূল অনুসন্ধান কৰি মই এইটো বিবেচনা কৰিছো যে, ২২ বছৰীয়া যুৱতীগৰাকীক সাধাৰণ নিয়মৰ দোহাই দি জামিন বিৰোধিতা কৰাৰ লগতে পূৰৱৰ্তী কোনা দাগযুক্ত অপৰাধ নথকা আৰু সমাজৰ সৈতে শিপাৰ সৈতে জড়িত থকা তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ কোনো কাৰণ বিচাৰি পোৱা নাই।” অতিৰিক্ত সত্ৰ ন্যায়াধীশগৰাকীয়ে জামিন প্ৰদানৰ ৰায়টোত কয়।

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd