DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ মহা সংহাৰ : ভাৰতে ২৮ ফেব্ৰুৱাৰীলৈকে স্থগিত ৰাখিলে আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 19, 2022 7:04 pm
domestic flight
189
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ মহাসংহাৰে এতিয়া ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। এনে সময়তে ভাৰতে আজি পূৰ্ব নিৰ্ধাৰিত কেইবা খনো আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল ২৮ ফেব্ৰুৱালৈকে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।

অসামৰিক বিমান পৰিবহন দপ্তৰৰ সঞ্চালক প্ৰধানে বুধবাৰে এক নতুন নিৰ্দেশত কয় যে ভাৰতৰ পৰা অহা-যোৱা কৰা পূৰ্বে নিৰ্ধাৰিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমান সমূহ ২৮ ফেব্ৰুৱাৰীলৈকে স্থগিত ৰখা হ’ব।

শেহতীয়া অমিক্ৰনৰ নতুন ঢৌৰ সন্মুখীন হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

কেন্দ্ৰই ১৫ ডিচেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল।

এয়াৰ বাবল চুক্তিৰ অধীনত জৰুৰীকালীন আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অনুমতি দি প্ৰতি মাহে বিমানৰ চলাচল বন্ধৰ সিদ্ধান্ত বৃদ্ধি কৰা হৈ আহিছে। আফগানিস্তান, অষ্ট্ৰেলিয়া, বাহৰেইন, বাংলাদেশ, বাংলাদেশ, কানাডা, ইথিওপিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, ইৰাক, জাপান, কাজাখস্তান, কেনিয়া, মালদ্বীপ, মৰিচাছ, নেডাৰলেণ্ড, নাইজেৰিয়া, ওমান, কাটাৰ, ৰাছিয়া, ৰাছিয়া, চৌদি আৰৱ, চেচেলছ, ছিংগাপুৰ, শ্ৰীলংকা, চুইজাৰলেণ্ড, তাঞ্জানিয়া, ইউক্ৰেইন, সংযুক্ত আৰৱ আমিৰাত, যুক্তৰাজ্য, আমেৰিকা যুক্তৰাজ্য আৰু উজবেকিস্তানৰ সৈতে বিমান পৰিবহনৰ বাবল বিধি মানি চলাৰ ক্ষেত্ৰত ভাৰতৰ সৈতে চুক্তি আছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd