• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশ পালেগৈ নেকি ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাত নিৰুদ্দেশ কমল ৰজকৰ মৃতদেহ

NE NOW NEWS
গুৱাহাটী , September 9, 2018 6:56 pm

1 min read

Kamal Rajak

দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা কমল ৰজক। ফাইল ফটো।

174
VIEWS
Share on FacebookShare on Twitter

যোৱা ৫ ছেপ্তেম্বৰত হোৱা ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাত নিৰুদ্দেশ হোৱা কমল ৰজক নামৰ যুৱকজনৰ এতিয়ালৈকে কোনো সন্ধান নাই। এছ ডি আৰ এফে ভটীয়নিৰ ব্যাপক অংশত যোৱা ৫ দিন ধৰি অভিযান চলায়ো যুৱকজনৰ কোনো শুংসূত্ৰ লাভ নকৰিলে।

আজি এছ ডি আৰ এফে ভাৰত-বাংলাদেশ সীমান্তত থকা ব্ৰহ্মপুত্ৰৰ অংশত উদ্ধাৰ অভিযান চলায়। এই অভিযানৰ সময়ত এছ ডি আৰ এফৰ লগত আছিল কমল ৰজকৰ পৰিয়াল। অৱশ্যে হতাশ হ’ব লগীয়া হয় অভিযানকাৰী দলটো। ফলত সন্দেহ কৰা হৈছে ৰজকৰ মৃতদেহ ব্ৰহ্মপুত্ৰেৰে উটি গৈ বাংলাদেশৰ অংশত পৰিলগৈ নেকি?

উল্লেখযোগ্য যে এতিয়ালৈকে দুৰ্ঘটনাটোত পতিত ৫জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

মন কৰিব লগীয়া যে কমল ৰজকৰ উপৰি উৎপল চমুৱা নামৰ এজন অধিবক্তা নিখোজ হৈ আছে বুলি খবৰ প্ৰচাৰ হৈ আছে।

আনহাতে এই সন্দৰ্ভত স্পষ্ট তথ্য নাই আৰক্ষীৰ হাতত। আজি আমাৰ সাংবাদিকে পাণ্ডুস্থিত নদী আৰক্ষীলৈ ফোন কৰি দুৰ্ঘটনাটোত আজিৰ দিনটোলৈকে উদ্ধাৰ হোৱা মুঠ মৃতদেহৰ সংখ্যা সোধাত চৰকাৰী তথ্য মতে তিনিটা মৃতদেহ বুলিহে কয়।

নলবাৰীৰ চৰত উদ্ধাৰ হোৱা ৰাহুল আলীৰ মৃতদেহটোৰ কথা তেওঁলোকে গম নাপায় বুলিহে কয়।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd