• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বন্ধৰ আতংক! :পৰীক্ষাৰ সময়ত বন্ধৰ আহ্বান নিদিবলৈ আহ্বান ছেবাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 19, 2019 8:19 am

1 min read

seba-678x381
466
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চলি অহা ধাৰাবাহিক প্ৰতিবাদী আন্দোলনৰ লগতে শেহতীয়াকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সমৰ্থন আৰু বিৰোধিতাৰে বিভিন্ন সংগঠনে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীসমূহে  অসম মাধ্যমিক শিক্ষা পৰিষদক উদ্বিগ্ন কৰি তুলিছে।

ইতিমধ্যে পৰীক্ষাৰ সূচী ঘোষণা কৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমাগত। মাধ্যমিক শিক্ষা পৰিষদ, অসম (ছেবা) আৰু মাধ্যমিক শিক্ষা সংসদ এই পৰীক্ষাৰ বাবে ইতিমধ্যে সাজু হৈছে। কিন্তু ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে উদ্বিগ্ন হৈ পৰিছে ছেবা।

বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত দল-সংগঠনসমূহক ছেবাই বন্ধ নিদিবলৈ আহ্বান জনাইছে। নিৰ্দ্ধাৰিত সূচী অনুসৰি অহা ২২ আৰু ২৪ জানুৱাৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যাৱহাৰিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

ছেবাই জানিব দিয়া মতে, ইতিমধ্যে আহ্বান জনোৱা বন্ধৰ ফলত ব্যাৱহাৰিক বিষয়ৰ উত্তৰবহী কঢ়িওৱা ট্ৰাক বহু স্থানত আবদ্ধ হৈ আছে। এনে পৰিস্থিতিত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই ৰাজ্যখনৰ পৰীক্ষাৰ্থীসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ সময়ছোৱাত দল-সংগঠনসমূহক বন্ধ ঘোষণা নকৰিবলৈ আহ্বান জনাইছে।

Recent News

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd