DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ নাই! ৰাজ্যৰ ১০৭খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিলে ছেবাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 5:47 pm
157
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)য়ে। ছেবাৰ জাননী অনুসৰি অহা ৩১ মাৰ্চৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ’ব৷ ইয়াৰ ফলত উক্ত ১০৭ খন বিদ্যালয়ে অহা ১ এপ্ৰিলৰ পৰা নৱম শ্ৰেণীৰ কোনো শিক্ষাৰ্থী পঞ্জীভুক্ত কৰিব নোৱাৰিব।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া প্ৰদৰ্শনৰ বাবে ছেবাই এই সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে। ছেবাৰ মতে প্ৰায় ২৯৪ খন ব্যক্তিগত আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ে ২০২২ৰ মেট্ৰিক তথা হাইমাদ্ৰাছা পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। মেট্ৰিকত শূন্যৰ পৰা ১০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল ২৯৪ খন বিদ্যালয়ৰ। এই ২৯৪ খন বিদ্যালয়ৰ ভিতৰত ৪১ খন বিদ্যালয়ে বিগত ৫ বছৰ ধৰি নিৰন্তৰ বেয়া প্ৰদৰ্শন  কৰিছিল।

ছেবাই এনে বেয়া প্ৰদৰ্শন কৰা বিদ্যালয়ৰ স্বীকৃতি কিয় বাতিল কৰা নহ’ব বুলি কাৰণ দৰ্শোৱাৰ জাননী দিছিল। ছেবাৰ জাননীৰ উত্তৰ দিয়া ১৮৭খন বিদ্যালয়ক অন্তিম সুযোগ দিছে ছেবাই। ২০২৩ৰ মেট্ৰিকৰ ফলাফল উন্নত নহ’লে এই ১৮৭ খন বিদ্যালয়ৰ ক্ষেত্ৰতো ছেবা কঠোৰ হ’ব।

আনহাতে, ছেবাৰ কাৰণ দৰ্শোৱাৰ জাননীক গুৰুত্ব নিদি উত্তৰ নিদিয়া ১০৭ বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে।

দৰাচলতে ছেবাৰ জাননীৰ উত্তৰ দিবলৈ উক্ত বিদ্যালয়সমূহৰ হাতত কোনো উত্তৰ নাছিল নে প্ৰকৃততে তেওঁলোকে তেওঁলোকৰ বিদ্যালয়সমূহৰ শৈক্ষিক যাত্ৰা ইমানতে সামৰিব বিচাৰিছে সেইটো অৱশ্যে স্পষ্ট নহয়।

Recent News

নীৰৱতা ভংগ কৰিলে ৰাহুলে! সাংসদ পদ বাতিলৰ পিছত যুঁজ দিয়াৰ বাৰ্তা কংগ্ৰেছ নেতাগৰাকীৰ

নীৰৱতা ভংগ কৰিলে ৰাহুলে! সাংসদ পদ বাতিলৰ পিছত যুঁজ দিয়াৰ বাৰ্তা কংগ্ৰেছ নেতাগৰাকীৰ

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd