• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজতে পাঠদানৰ বিশেষ ব্যৱস্থা ছেবাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 28, 2020 6:15 pm
SEBA finds alternative way to continue classes amid lockdown

সুৰঞ্জনা সেনাপতি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়ত ৰাজ্য ছাত্ৰ–ছাত্ৰীৰ সকল যাতে শিক্ষা গ্ৰহণৰ বঞ্চিত নহয় তাৰ বাবে অসম মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ ছেবাই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

বিশেষকৈ নৱম আৰু দশম শ্রেণী ছাত্ৰ–ছাত্ৰীসকল উপকৃত হোৱাকৈ ছেবাই গ্ৰহণ কৰিছে বিশেষ পাঠদানৰ ব্যৱস্থা। এই কথা প্ৰকাশ কৰিছে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে।

Apply Now

ছাত্ৰ–ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ অনলাইনৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে। সামাজিক মাধ্যম ইউটিউবত লিংকসমূহ প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ প্ৰতিখন জিলালৈ। তাত স্কুল পৰিদৰ্শক আৰু ছাত্ৰ–ছাত্ৰীসকলক অৱগত কৰা হৈছে। প্ৰতি জিলা হোৱাটচ এপ গ্রুপত লিংকসমূহ প্ৰেৰণ কৰা হৈছে। এই কথা জানিবলৈ দিয়ে সচিব সেনাপতিয়ে৷

আনহাতে ২৭ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা আকাশবাণী গুৱাহাটীৰ জৰিয়তে ছাত্ৰ–ছাত্ৰীসকলৰ বাবে এক ঘণ্টা ক্লাছ আৰম্ভ কৰা হৈছে। দুপৰীয়া ১২.৩০ বজাৰপৰা ১.৩০ বজালৈ সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰলৈ চলিব এই ক্লাছ। নৱম–দশম শ্রেণীৰ মূলতঃ তিনিটা বিষয়ৰ ওপৰত আৰম্ভ হোৱা ক্লাছে সামৰি ল’ব গণিত, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ক। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা সচিব সেনাপতিয়ে জানিবলৈ দিয়ে।

লগতে তেওঁ কয় প্ৰথমদিনটোত গণিতৰ ক্লাছ হৈছিল। ক্লাছটোৰ প্ৰতি সঁহাৰি আকাশবাণী সূত্ৰই জনোৱা অনুসৰি বহুত ভাল হৈছে, সন্তোষজনক।

উল্লেখ যে ক্লাছটোত প্ৰথমে আধা ঘন্টা বিশেষ পাঠটো বুজাই দিয়া হয়।বাকী আধা ঘন্টা ফোনৰ জৰিয়তে ছাত্ৰ–ছাত্ৰীৰ প্ৰশ্ন লোৱা হয় আৰু যদি বিষয়টো ওপৰত ছাত্ৰ–ছাত্ৰীৰ বুজাত অসুবিধা হ’লে পুনৰ বুজাই দিয়া হয়।

গুৰুত্বপূৰ্ণ কথা এই যে ছাত্ৰ–ছাত্ৰীসকলক কোন দিনা কি বিষয়ৰ পাঠদান হ’ব সেই সন্দৰ্ভত ইতিমধ্যে সময়সূচী বনাই ঘোষণা কৰা বুলি সেনাপতিয়ে জানিব দিয়ে।

আনহাতে অনলাইন পাঠদান ব্যৱস্থা বহুখিনি সুবিধা হৈছে যদিও বহু ছাত্ৰ–ছাত্ৰীক সামৰিব পৰা নাই ব্যৱস্থা এই কথা স্বীকাৰ কৰি সচিব সেনাপতিয়ে কয়, “সকলো ছাত্ৰ–ছাত্ৰীৰ হাতত উপযুক্ত ফোনৰ ব্যৱস্থা নাই। ফলত যোগাযোগত কিছু সমস্যা আহিছে।”

ইফালে জিলাসমূহৰ পৰা অহা খবৰ অনুসৰি ক্লাছ কৰাৰ সমান্তৰালকৈ
তেওঁলোক অনলাইনত পৰীক্ষাৰো পাতিছে।

ডিব্ৰুগড়, গোলাঘাট আদি জিলাসমূহে নিজাকৈ নতুন ব্যৱস্থা গ্ৰহণ কৰি ইউনিট টেষ্টো পাতিছে— সেনাপতিয়ে লগতে কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd