• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“ধৰ্মনিৰপেক্ষতা আমাৰ সংস্কৃতি নহয়, সমাজবাদৰো কোনো প্ৰয়োজন নাই”; কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্যই জোকাৰিছে দেশৰ ৰাজনীতি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 29, 2025 6:25 pm
1k
VIEWS
Share on FacebookShare on Twitter

সংবিধানত উল্লেখ কৰা ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সাংসদ শিৱৰাজ সিং চৌহানে। তেওঁৰ মতে দুয়োটা শব্দৰ কোনো প্ৰয়োজন নাই।

শুকুৰবাৰে বাৰাণসীত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “ধৰ্মনিৰপেক্ষতা আমাৰ সংস্কৃতিৰ মূল নহয়। জৰুৰীকালীন সময়ত এই শব্দবোৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল আৰু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন হৈছে।”

চৌহানে কয়, “আমি এক প্ৰাচীন আৰু মহান জাতি, আমাৰ জাতি সকলো ধৰ্মৰ প্ৰতি সমান সন্মানৰ নীতিৰে গঠিত। ই হাজাৰ হাজাৰ বছৰ পুৰণি এক পৰম্পৰা। আমাৰ সভ্যতাই বহু ধৰ্ম আৰু মতাদৰ্শৰ সহাৱস্থানত বিশ্বাস কৰে।”

ইয়াৰ পূৰ্বে দিল্লীত ‘৫০ বছৰীয়া জৰুৰীকালীন অৱস্থা’ বিষয়ক আলোচনাত দত্তত্ৰেয় হোছাবলে সংবিধানৰ পৰা দুটা শব্দ বাদ দিয়াৰ দাবী জনায়। তেওঁ কয়, ‘কংগ্ৰেছে জৰুৰীকালীন সময়ত গণতন্ত্ৰক হত্যা কৰিছিল। সেই সময়ত সংবিধানৰ প্ৰস্তাৱনাত যিবোৰ শব্দ সংযোজন কৰা হৈছিল সেইবোৰ ধৰি ৰখা উচিত নেকি? বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানৰ প্ৰস্তাৱনাত এই কথাবোৰ কেতিয়াও নাছিল।’

আৰএছএছ নেতাৰ এই বক্তব্যৰ প্ৰতিবাদ কৰি ৰাহুল গান্ধীয়ে কয়, “আৰএছএছৰ মুখাখন পুনৰ খোল খাইছে। সংবিধানে তেওঁলোকক অপমান কৰিছে কাৰণ ইয়াত সমতা, ধৰ্মনিৰপেক্ষতা আৰু ন্যায়ৰ কথা কোৱা হৈছে। আৰএছএছ-বিজেপিয়ে সংবিধান নিবিচাৰে, তেওঁলোকে মনুস্মৃতি বিচাৰে। তেওঁলোকে দুখীয়াৰ অধিকাৰ কাঢ়ি লৈ ​​পুনৰ দাস কৰি ল’ব বিচাৰে। তেওঁলোকৰ প্ৰকৃত এজেণ্ডা হ’ল দৰিদ্ৰৰ অস্ত্ৰ সংবিধান কাঢ়ি লোৱা।

Recent News

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd