DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰত পুলৱামা সদৃশ আক্ৰমণৰ পুনৰাবৃত্তি বিফল; নিৰাপত্তাৰক্ষীৰ হাতত জব্দ বৃহৎ পৰিমাণৰ আই ই ডি ভৰ্তি বাহন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 4:32 pm
ফাইল ফটো

ফাইল ফটো

2.2k
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত ২০১৯ বৰ্ষৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পৰা ৰক্ষা কৰিলে নিৰাপত্তাৰক্ষী বাহিনীয়ে।

প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে ৰাজপোৰা অঞ্চলত এখন সন্দেহযুক্ত গাড়ী আটক কৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে।

গাড়ীখনত ২০ কিলোগ্ৰাম আই ই ডি ভৰ্তি হৈ আছিল বুলি জানিব পৰা গৈছে। সেনা, আৰক্ষী আৰু অৰ্ধসামাৰিক বাহিনীৰ যৌথ অভিযানত এই বিস্ফোৰকখিনি দুৰ্ঘটনাৰ পূৰ্বে উদ্ধাৰ কৰা হয়।

নিৰাপত্তাৰক্ষী বাহিনীয়ে গাড়ীখনত ভূৱা নম্বৰপ্লেট লগোৱা হৈছিল বুলি উল্লেখ কৰে। গাড়ীখন ৰখোৱাৰ বাবে নিৰ্দেশ দিয়াৰ সময়তে চালক গৰাকীয়ে বেৰিকেড ভাঙি পলোৱাৰ বাবে চেষ্টা কৰিছিল।

জম্মু-কাশ্মীৰ আৰক্ষীৰ আই জি বিজয় কুমাৰে জনোৱা অনুসৰি বিস্ফোৰক ভৰ্তি গাড়ীখনৰ চালকক উদ্দেশ্যি নিৰাপত্তাৰক্ষী বাহিনীয়ে গুলীবৰ্ষণ কৰে যদিও গাড়ী ৰখায় চালকজনে পলায়ন কৰিবলৈ সক্ষম হয়।

আনহাতে, পৰৱৰ্তী সময়ত বোমা স্কোৱাডৰ দ্বাৰা বিস্ফোৰকখিনি পৰিত্যক্ত অঞ্চললৈ নি বিস্ফোৰণ ঘটোৱা হয়।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰিত পুলৱামাত চি আৰ পি এফৰ কনভয়ত বিস্ফোৰক ভৰ্তি গাড়ীৰে আক্ৰমণ কৰিছিল উগ্ৰপন্থীয়ে।

এই আক্ৰমণত ৪০ গৰাকী চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল।

Recent News

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd