• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত ৰত্ন শচীন টেণ্ডুলকাৰৰ নিৰাপত্তা হ্ৰাস মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2019 7:45 pm

1 min read

Sachin 10dulkar

শচীন টেণ্ডুলকাৰ

317
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেটৰ ভগৱান স্বৰূপ তথা ৰাজ্য সভাৰ সাংসদ শচীন টেণ্ডুলকাৰৰ সুৰক্ষা ব্যৱস্থা হ্ৰাস কৰা হৈছে।

মহাৰাষ্ট্ৰ চৰকাৰৰ এখন সমিতিয়ে সুৰক্ষাৰ ক্ষেত্ৰত থকা দিশসমূহ পৰ্যালোচনা কৰি বিভিন্ন ব্যক্তিৰ সুৰক্ষা ব্যৱস্থাত সালসলনি কৰে।

ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ গৰাকীৰ সুৰক্ষা ব্যৱস্থা হ্ৰাস কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেৰ পুত্ৰ তথা বিধায়ক আদিত্য থাকৰেৰ সুৰক্ষা বৃদ্ধি কৰা হৈছে।

আদিত্যক Z শ্ৰেণীৰ সুৰক্ষা ব্যৱস্থা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে, বৰ্তমানলৈ টেণ্ডুলকাৰক X শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰা হৈছিল য’ত এগৰাকী আৰক্ষীয়ে দিনে-ৰাতি খেলুৱৈ গৰাকীক সুৰক্ষা প্ৰদান কৰিছিল।

এতিয়া টেণ্ডুলকাৰৰ X শ্ৰেণীৰ নিৰাপত্তা ওভটাই লোৱা হৈছে যদিও যেতিয়াই তেওঁ ঘৰৰ বাহিৰলৈ ওলাব আৰক্ষীৰ সুৰক্ষা দিয়া হ’ব।

ভাৰতীয় ক্ৰিকেটক বিশ্ব ক্ৰিকেটৰ আগশাৰীত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা শচীন টেণ্ডুলকাৰক চৰকাৰে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰিছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd