• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ অভিযোগ; তিনিচুকীয়া সদৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জ্যেষ্ঠ সাংবাদিক মনজিত মহন্তক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 29, 2020 7:31 pm
মনজিত
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া সদৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জ্যেষ্ঠ সাংবাদিক মনজিত মহন্তক৷

তিনিচুকীয়া থানাত জ্যেষ্ঠ সাংবাদিক মনজিত মহন্তৰ বিৰুদ্ধে  ৰুজু হোৱা “ৰাষ্ট্ৰদ্ৰোহ”ৰ গোচৰৰ সোধাপোছা কৰিবলৈ তদন্তকাৰী বিষয়াৰ ওচৰত উপস্থিত থাকিবলৈ তিনিচুকীয়া থানাই পুনৰ নতুন জাননী প্ৰেৰণ কৰিছে ৷

Apply Now

সেই মৰ্মেই অহা ৭ মাৰ্চ তাৰিখে দিনৰ ১২.৩০ বজাত তিনিচুকীয়া থানাত উপস্থিত হবগৈ মনজিত মহন্ত ৷ নিজৰ ফেচবুক পোষ্টত এই কথা উল্লেখ কৰে সাংবাদিক গৰাকীয়ে।

আমাৰ বিৰুদ্ধে চৰকাৰৰ অভিযোগ- আমি হেনো “ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা” কৰিছোঁ, “কৰ্তব্যৰত চৰকাৰী বিষয়া/কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ” কৰিছোঁ, “ৰাইজক ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ উচটনি” দিছোঁ… ইত্যাদি৷” নিজৰ ফেচবুক পোষ্টত এইদৰে লিখে মহন্তই।

ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ অভিযোগেৰে মহন্তৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ থানাত ১৫৮/২০২০ নম্বৰত  CRPC ৰ 120 (B), 121 (A), 121, 294, 353, 505, আৰু 34 ৰ অধীনত গোচৰ ৰুজু হৈছিল বুলি জানিব পৰা গৈছে।

নিজৰ ফেচবুক পোষ্টত তেওঁ আৰু লিখে “আগেয়েও কৈছোঁ, আজি আকৌ ক’ম- ভাৰতীয় সংবিধান উলংঘা কৰি শাসন চলোৱা শাসকৰ বিৰুদ্ধে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক উপায়েৰে প্ৰতিবাদ সাব্যস্ত কৰা বা মুক্তকণ্ঠে মাত মতাটো যদি মোডী চৰকাৰৰ চকুত “ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা” কৰা হয় তেনে “ৰাষ্ট্ৰদ্ৰোহ” আমি বাৰম্বাৰ কৰিবলৈও ভয় নকৰোঁ৷”

“কেৱল ক্ষমতাত বৰ্তি থকাৰ স্বাৰ্থত নিজৰ জাতিক চৰম বিশ্বাসঘাতকতা কৰা সৰ্বানন্দ, হিমন্ত, অতুল, কেশৱ, ফণী, চন্দ্ৰমোহন, বীৰেনহঁতৰ জাতিদ্ৰোহিতাৰ বিৰুদ্ধে জনগণক সংগঠিত কৰাটো যদি “ৰাইজক ৰাষ্ট্ৰৰ বিৰুদ্ধে উচটনি” দিয়া হয়, তেনে “উচটনি” নমৰালৈকে দি যাম৷ আমি সত্য আৰু ন্যায়ৰ পক্ষত থিয় হ’বলৈ তহঁতবোৰৰ অনুমতি লোৱা নাই আৰু নলওঁ কাহানিও৷ মোডী, অমিত শ্বাহহঁত তহঁতবোৰৰ লগত আছে, কিন্তু গৰিষ্ঠসংখ্যক ৰাইজ আছে আমাৰ লগত৷ ৰঙা চকুক ভয় কৰা মানুহ আমি নহয়৷” তেওঁ এইদৰে লিখি কয়।

উল্লেখযোগ্য যে , গীতানগৰ থানা”ত এই একেটা গোচৰতে হাজিৰ হ’বলৈ তিনিচুকীয়া সদৰ থানাই “ভুলক্ৰমে” মহন্তলৈ জাননী জাৰি কৰিছিল৷

মহন্তৰ সৈতে তিনিচুকীয়ালৈ যাব  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শান্তনু বৰঠাকুৰ আৰু বিক্ৰম ৰাজখোৱাৰ লগতে অন্যান্য কেইবাজনো সতীর্থ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd