• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 12:05 pm

2 min read

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?
260
VIEWS
Share on FacebookShare on Twitter

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিম মেচৰ অন্তিম দিনা ব্ৰীছবেনত ঋষভ পণ্টে যিটো ইনিংছ খেলিছিল সেই ইনিংছটো ভাৰতীয় ক্ৰিকেট ইতিহাসত সোণালী আখৰৰে লিখা থাকিব।

কেৱল ব্ৰীছবেনতে নহয় ছিডনীত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন মেচৰো অন্তিম দিনা পণ্টে ৯৭ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি ভাৰতীয় দলক জয়ৰ কাষলৈ লৈ গৈছিল। কিন্তু শেষত মেচখন ড্ৰ ৰূপে সমাপ্ত হৈছিল।

অষ্ট্ৰেলিয়া ভ্ৰমণত সাহকিতাৰ পৰিচয় দাঙি ধৰি উল্লেখণীয় ইনিংছেৰে ভাৰতক ঐতিহাসিক বিজয়ী কৰোৱাত ব্ৰীছবেনক ‘পণ্টনগৰ’ নামেৰে নামকৰণ কৰিব লাগে বুলি প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগে ৰসিকতাৰ চলেৰে মন্তব্য কৰে।

ব্ৰীছবেনত ঐতিহাসিক বিজয়ৰ পিছত সেহৱাগে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথৰ এখন ফটো টুইটাৰত শ্বেয়াৰ কৰিছিল।

‘আজিৰ পৰা ব্ৰীছবেনৰ নাম পণ্টনগৰ’ বুলি কেপশ্যন লিখি ফটোখন শ্বেয়াৰ কৰিছিল।

Kyun nahin, @RishabhPant17 .
This series win is the kind of victory which one doesn’t get to see in generations . Nothing else matters.
Is jeet ki khushi saalon tak manayi jaani chahiye . 19 January Fateh . Jai Bharat🇮🇳 pic.twitter.com/ZuIhpI6OJS

— Virender Sehwag (@virendersehwag) January 19, 2021

উল্লেখ্য যে, মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছতেই যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুগলচৰাই আৰু এলাহাবাদ চহৰ দুখনৰ নাম সলনি কৰিছিল।

মুগলচৰাইৰ নাম পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ আৰু এলাহাবাদৰ নাম প্ৰয়াগৰাজ নামেৰে নামকৰণ কৰিছিল।

Recent News

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

202103071802316968_International-Womens-Day-Women-To-Take-Centre-Stage-At_SECVPF

নাৰী দিৱসৰ দিনাই দিল্লীত কৃষক প্ৰতিবাদৰ নেতৃত্ব দিব কেইবাহাজাৰো মহিলাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd