• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-নাগালেণ্ড সীমান্তত স্বয়ম্ভূ এন এছ চি এন (আই এম)ৰ কেডাৰ আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2019 9:12 pm
NSCN-IM-1-750x375

নিৰাপত্তাৰক্ষীৰ অভিযানত আটক হোৱা এন এছ চি এনৰ কেডাৰগৰাকী

17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-অৰুণাচলপ্ৰদেশ আৰু নাগালেণ্ডত সন্ত্ৰাসাদী কাৰ্য্যকলাপ বৃদ্ধিৰ ক্ষেত্ৰত আগভাগ লৈ থকা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম)ৰ এগৰাকী স্বয়ম্ভূ মেজৰক অস্ত্ৰ-সস্ত্ৰসহ নিৰাপত্তাৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সেনাবাহিনী, অমস ৰাইফলছ আৰু অসম আৰক্ষীৰ সন্মিলিত অভিযানত নিৰ্দিষ্ট অঞ্চলত অভিযান চলাই কেডাৰগৰাকীক আটক কৰিবলৈ সক্ষম হয়।

Apply Now

দেওবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত অভিযানকাৰী নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে নামতোলা-জামপান পথত গৈ থকা এখন বাহন ৰখাই আৰু এন এছ চি এনৰ দুৰ্ধৰ্ষ কেডাৰজনক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা এন এছ চি এন(আই এম)ৰ স্বয়ম্ভূ কেডাৰগৰাকী মেজৰ আনোক ৱাংগছা বুলি চিনাক্ত কৰা হৈছে। ৱাংগছাই লংদিং-চৰাইদেওঁ-ম’ন অঞ্চলৰ এৰিয়া কামাণ্ডাৰ হিচাপে এন এছ চি এন(আই এম)ৰ হৈ কাম কৰি আছিল।

আটক হোৱা কেডাৰগৰাকী সেনা বাহিনীয়ে চলাই থকা উগ্ৰপন্থী বিৰোধী অভিযানৰ এক সফলতা বুলি সেনা বাহিনীয়ে প্ৰকাশ কৰে।

সেনাবাহিনীৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি আটক হোৱা মেজৰ ৱাংগছা এন এছ চি এন (আই এম)ৰ মেজৰ জেনেৰেল এবচোলোম তাংখুলৰ ঘনিষ্ঠ। তাংখুল অৰুণাচলৰ বিধায়ক তিৰং আবোৰ হত্যাৰ মূল মাষ্টাৰ মাইণ্ড।

তিৰং আবোক তিৰাপ জিলাৰ বগাপানীত ১১ গৰাকী সতীৰ্থৰ সৈতে গুলীয়াই হত্যা কৰা হৈছিল।

আনহাতে, আটক হোৱা উগ্ৰপন্থীগৰাকীৰ পৰা বৃহ্যৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হয়। কেডাৰগৰাকীয়ে অসম-অৰুণাচল সীমান্তত থকা তেওঁৰ গৃহত আৰু অধিক পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জমা আছে বুলি জেৰাৰ সময়ত উল্লেখ কৰে।

আটকাধীন কেডাৰগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই সেনাই তেওঁৰ বাসগৃহৰ পৰা এ কে-৫৬ ৰাইফল, পাঁচ লাখ টকাকে ধৰি আন বহুতো অস্ত্ৰ-শস্ত্ৰ আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd