• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত অসমৰ জ্যেষ্ঠ সাংবাদিক নীলাক্ষী ভট্টাচাৰ্যৰ কৰ’নাত মৃত্যু; গুৱাহাটী প্ৰেছ ক্লাৱৰ শোক প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2021 12:52 pm
Neelakshi bhattacharjya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কৰ’না ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে অসমৰ বাবে এটা বেয়া খৱৰ। দিল্লীত অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক নীলাক্ষী ভট্টাচাৰ্যৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে।

দিল্লীৰ প্ৰতীক্ষা হাস্পাতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পুৱা টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিক ভট্টাচাৰ্যই শেষ নিশ্বাস ত্যাগ কৰে।

Apply Now

আনহাতে, নীলাক্ষীৰ ভট্টাচাৰ্যৰ স্বামী দ্য আছাম ট্ৰিবিউন কাকতৰ দিল্লীত থকা জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱাও কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

মৃত্যুৰ সময়ত নীলাক্ষী ভট্টাচাৰ্যই স্বামী কল্যান বৰুৱাৰ লগতে একমাত্ৰ কন্যাক এৰি গৈছে। নীলাক্ষীৰ এনে অকাল মৃত্যুত ৰাজ্যখনত শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে নীলাক্ষী ভট্টাচাৰ্য এগৰাকী পৰ্বতাৰোহীও আছিল। গুৱাহাটীৰ দুঃসাহসিক ক্ৰীড়া সংগঠন অক্সপ্ল’ৰাৰ্ছৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁৰ মৃত্যুত সংগঠনটোৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

ইপিনে,জ্যেষ্ঠ সাংবাদিক নীলাক্ষী ভট্টাচাৰ্যৰ অকাল মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাৱেও শোক প্ৰকাশ কৰিছে।

এক বিজ্ঞপ্তিত সাংবাদিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি গুৱাহাটী প্ৰেছ ক্লাৱে কয়, ’’কাল কৰোনাই পুনৰ প্ৰাণ কাঢ়ি ল’লে অসমৰ এগৰাকী সাংবাদিকৰ। দিল্লীত টাইমছ অব ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নীলাক্ষী ভট্টাচাৰ্যৰ মৃত্যুত মৰ্মাহত গুৱাহাটী প্ৰেছ ক্লাব। দুঃসাহসিক ক্ৰীড়াৰ সৈতেও জড়িত নীলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু এক অপুৰণীয় ক্ষতি। প্ৰয়াত সাংবাদিকগৰাকীৰ অকাল বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক- সন্তপ্ত পৰিয়াললৈ জনাইছে সমবেদনা।‘’

আনহাতে, নীলাক্ষীৰ স্বামী সাংবাদিক কল্যান বৰুৱাৰ আশু আৰোগ্য কামনা কৰি গুৱাহাটী প্ৰেছ ক্লাৱে কয়, ’’এনে এক সংকটপূৰ্ণ সময়ত সদ্য প্ৰয়াত নীলাক্ষী ভট্টাচাৰ্যৰ স্বামী কল্যান বৰুৱাও কোভিড-১৯ত আক্ৰান্ত হৈ গুৰুতভাৱে অসুস্থ। আছাম ট্ৰিবিউন কাকতৰ দিল্লীৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত কল্যান বৰুৱাৰ আশু-আৰোগ্য কামনা কৰিলোঁ। পৰিয়ালটোৰ এই কঠিন সময়ত সম্ভৱপৰ সকলো সহায় আগবঢ়াব বাবে সাজু গুৱাহাটী প্ৰেছ ক্লাব।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd