• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম চৰকাৰ-ৰাজনৈতিক দলক ৩ মাহৰ সময় জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , December 26, 2018 11:18 pm

1 min read

There's no pro-indigenous political party, so I am an independent candidate: Upamanyu Hazarika

উপমন্যু হাজৰিকা। ছবি- ফে’চবুকৰ।

231
VIEWS
Share on FacebookShare on Twitter

অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ৩ মাহৰ ভিতৰতে আইন প্ৰণয়ন কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ লগতে সকলো ৰাজনৈতিক দলকে দাবী জনাইছে উপমন্যু হাজৰিকাই।

শেহতীয়াকৈ খিলঞ্জীয়া সুৰক্ষাৰ বাবে মণিপুৰ বিধান সভাত সকলো ৰাজনৈতিক দলে সৰ্বসন্মতভাৱে গ্ৰহণ কৰা আইনৰ ব্যৱস্থা অসমতো ল’বলৈ বুধবাৰে বিশ্বনাথত আহ্বান জনাইছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ নেতা তথা অধিবক্তা হাজৰিকাই।

upamanyu hazarika
বিশ্বনাথত উপমন্যু হাজৰিকা। ছবি- নৰ্থ ইষ্ট নাও।

“মণিপুৰ বিধান সভাত সকলো দলে সৰ্বসন্মতিক্ৰমে মণিপুৰৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সংৰক্ষণ আইন গৃহীত কৰিব পাৰে, তেনেহ’লে অসমৰ দলসমূহে কিয় এই আইন প্ৰণয়ন কৰিব নোৱাৰে? অহা ৩ মাহৰ ভিতৰত, ৩‍১ জানুৱাৰি, ২০‍১৯ৰ ভিতৰত এই আইন প্ৰণয়ন কৰি খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰক,” বিশ্বনাথত এই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আয়োজিত কেইবাখনো পথসভাত এই দাবী জনাই হাজৰিকাই।

১৯৫১ চনক ভিত্তিবৰ্ষৰূপে লৈ এই আইন প্ৰণয়নৰ দাবী জনাই হাজৰিকাই লগতে কয় যে অসমৰ মূল সমস্যা বাংলাদেশী নহয়, ৰাজনৈতিক নেতৃত্বহে।

হাজৰিকাৰ নেতৃত্বত অহা দলটোৱে বিশ্বনাথৰ বিভিন্ন স্থানত পথ সভা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত গোহাৰি পত্ৰও বিলায়।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

Indian_National_Flag_EPS

৭১ সংখ্যক গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd