DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জে এন য়ুত উঃ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ আছুতীয়া হোষ্টেলৰ বাবে ১১ কোটি টকা মুকলি ডনাৰ মন্ত্ৰ্যালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2019 9:49 pm
DoNER-Meeting-750x375

উত্তৰ-পূব পৰিষদ (NEC) আৰু ডনাৰ (DoNER) মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ সৈতে বৈঠকত জিতেন্দ্ৰ সিং।

1.3k
VIEWS
Share on FacebookShare on Twitter

দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ বাবে আছুতীয়া ছাত্ৰাবাসী আৰু ছাত্ৰীনিৱাস নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি মোকলাই দিছে।

উত্তৰ-পূব পৰিষদ (NEC) আৰু ডনাৰ  (DoNER) মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত উত্তৰ-পূব উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে আজি সংবাদ মাধ্যমৰ আগত এই কথা জনায়।

ইতিমধ্যে ১১ কোটি টকা মোকলাই দিয়া এই আঁচনিখনৰ অধীনত ২২৪টা কোঠাৰ এটা চাৰি মহলীয়া হোষ্টেল নিৰ্মাণ কৰা হ’ব। ইয়াৰে ২৪টা কোঠা থাকিব দিব্যাংগ সকলৰ বাবে, সংবাদ মাধ্যমৰ আগত জনালে মন্ত্ৰীজনে।

প্ৰায় ডেৰ একৰ মাটিত স্থাপন কৰিবলৈ লোৱা হোষ্টেলকেইটাত মুঠ ৪২৪জন ছাত্ৰ-ছাত্ৰী থকাৰ ব্যৱস্থা হ’ব।

মন্ত্ৰীজনে জনোৱামতে, বেংগালুৰুত একে ধৰণৰ উদ্দেশ্যে উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মিত এটা হোষ্টেল অলপতে প্ৰধান মন্ত্ৰীয়ে উদ্বোধন কৰিছিল।

আনহাতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আছুতীয়া হোষ্টেল নিৰ্মাণৰ আঁচনিও লোৱা হৈছে আৰু ইতিপূৰ্বে ইয়াৰ বাবে ২.৫ কোটি টকা মুকলি কৰি দিয়া হৈছে।

আলোচনাৰ সময়ত নতুন দিল্লীৰ দ্বাৰকাত স্থাপন হ’ব লগীয়া উত্তৰ-পূব সাংস্কৃতিক আৰু তথ্য কেন্দ্ৰৰ বিষয়েও বৈঠকত আলোচনা হয়।

Recent News

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Old Woman Deadlift

কোনে কয় “বয়স বৃদ্ধি হ’লে মনোবল হ্ৰাস পায়”!: নাতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৮০ বছৰীয়া বৃদ্ধাৰ চমক

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd