• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2021 10:49 am

1 min read

lockdown-1594475731-750x375-1

প্ৰতিনিধিত্বমূলক ফটো।

739
VIEWS
Share on FacebookShare on Twitter

অহা ২৭ জানুৱাৰিত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই চকাবন্ধৰ আহ্বান দিছে। সংগঠনটোৰ দাবীসমূহ চৰকাৰে মানি নোলোৱাৰ বাবেই এই চকাবন্ধ কাৰ্যসূচী ঘোষণা কৰা বুলি কোৱা হৈছে।

কিন্তু অকল ২৭ জানুৱাৰিতেই নহয়, চৰকাৰে ইয়াৰ দাবী মানি নল’লে সংগঠনটোৱে আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনটোত ৪৮ ঘন্টীয়া চকাবন্ধৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে।

সেইদৰে ধাৰাবহিক চকাবন্ধ কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৱে অহা ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰিত তৃতীয় পৰ্যায়ৰ চকাবন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব।

WhatsApp Image 2021-01-25 at 9.58.07 AM

সংগনটোৱে অসংগঠিত খণ্ডৰ প্ৰায় ৮-৯ লাখ চালক-কৰ্মচাৰীক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ তুলিছে।

সেইদৰে  সুদীৰ্ঘ লকডাউনৰ সময়ছোৱাত কৰ্মহীন হৈ পৰা শ্ৰমিকসকলক সাহায্য প্ৰদান নকৰাৰ বাবেও চৰকাৰক জগৰীয়া কৰিছে সংগঠনটোৱে।

যান-বাহন কৰ ৰেহাই, বহিৰ্ৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত থকা বাধা দূৰ কৰাকে ধৰি মূল দাবীসমূহ চৰকাৰে পূৰণ নকৰি পেলাই ৰখাৰো অভিযোগ তুলিছে মটৰ শ্ৰমিক সংগঠনটোৱে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd