DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰিটেইনত অঘটন: ভাৰতত বন্ধ হ’ল কোভিডৰ ভেকচিনৰ পৰীক্ষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 3:38 pm
cov123
719
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ ভেকচিনকলৈ দেশবাসীয়ে উৎকন্ঠাৰে অপেক্ষা কৰি থকাৰ মাজতে ছেৰাম ইনষ্টিটিউটে কোভিডৰ ভেকচিনৰ পৰীক্ষণ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

আজি পুৱাৰ ভাগলৈকে ছেৰাম ইনষ্টিটিউটে কোভিডৰ ভেকচিনৰ পৰীক্ষণ বন্ধ কৰা নহয় বুলি কৈ আহিছিল যদিও ভাৰতৰ ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলৰ নিৰ্দেশত কোভিডৰ ভেকচিনৰ পৰীক্ষণ বন্ধ কৰিবলৈ বাধ্য হয় ছেৰাম ইনষ্টিটিউট।

ছেৰাম ইনষ্টিটিউটে অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাৰ ভেকচিন বিধৰ পৰা ডি এন এ ভেকচিন প্ৰস্তুতৰ বাবে অনুমতি লাভ কৰিছিল।

সেইমৰ্মে প্ৰতিষ্ঠানটোৱে দেশৰ ২০ টা স্থানত ১৬০০ গৰাকী লোকৰ দেহত কোভিডৰ ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰিছিল।

কিন্তু শেহতীয়াকৈ ব্ৰিটেইেনৰ এজন স্বেচ্ছাসেৱক কোভিডৰ ভেকচিন গ্ৰহণ কৰাৰ পিছতে গুৰুতৰ ভাবে অসুস্থ হৈ পৰাত ব্ৰিটেইন,আমেৰিকা,ব্ৰাজিল আদি দেশ সমূহে কোভিডৰ ভেকচিনৰ পৰীক্ষা বন্ধ কৰি দিয়া হয়।

কিন্তু অন্য দেশ সমূহত কোভিডৰ ভেকচিন বিধৰ পৰীক্ষণ বন্ধ হ’লেও ভাৰতত সেই ভেকচিনৰ পৰীক্ষণ বন্ধ কৰা নহ’ব বুলিহে ছেৰাম ইনষ্টিটিউটে ঘোষণা কৰিছিল।

ইয়াৰ পিছতে মানুহৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি নজৰ ৰাখি ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলে ভেকচিন বিধৰ পৰীক্ষণ বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

ফলত আন বহু কেইখন দেশৰ দৰে ভাৰততো বন্ধ হৈ পৰিল কোভিডৰ ভেকচিনৰ পৰীক্ষণ।

এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰি ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলে কয় যে কোভিডৰ ভেকচিনৰ পৰীক্ষণৰ ক্ষেত্ৰত প্ৰথমে গুৰুত্ব দিব লাগিব সুৰক্ষাৰ দিশটোৰ প্ৰতি।

Tags: COVID-19

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd