• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণ; সাতগৰাকী সাধাৰণ লোক আঘাতপ্ৰাপ্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2021 2:32 pm

1 min read

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণ; সাতগৰাকী সাধাৰণ লোক আঘাতপ্ৰাপ্ত
39.6k
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰামণত সাতগৰাকী সাধাৰণ লোক আঘাতপ্ৰাপ্ত হয়।

শনিবাৰে ৰাতিপুৱা জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড আক্ৰমণ সংঘটিত কৰে আৰু এই গ্ৰেনেড আক্ৰমণত সাতগৰাকী সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত হয়।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি সন্ত্ৰাসবাদীয়ে ট্ৰাল বাছ আস্থানত পহৰাৰ দায়িত্বত থকা সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে যদিও গ্ৰেনেডৰ লক্ষ্যচ্যুতি ঘটি সাধাৰণ নাগৰিকৰ মাজত ইয়াৰ বিস্ফোৰণ ঘটে।

আনহাতে, সন্ত্ৰাসবাদীৰ দলটোৱে গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

সুৰক্ষা বাহিনীৰ লোকে বৰ্তমান সন্ত্ৰাসবাদী কেইজনৰ সন্ধানত অঞ্চলটোত অভিযান তীব্ৰ কৰি তুলিছে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা মতে, বৰ্তমান সময়ত ভাৰত-পাকিস্তান সীমান্তত বহুসংখ্যক সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশৰ বাবে বাহৰ পাতি আছে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd