• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানত বিধ্বস্ত অসম! আৰু সাতজন লোকৰ মৃত্যু, এতিয়াও ১৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2024 8:55 am
বান বিপৰ্যস্ত অসম। ফটোঃ নৰ্থইষ্ট নাও।

বান বিপৰ্যস্ত অসম। ফটোঃ নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে। মঙলবাৰে আৰু ৭ জন লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে, ফলত চলিত বৰ্ষৰ বানপানী, ভূমিস্খলন, আৰু ধুমুহাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি পাইছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (ASDMA)ৰ তথ্য অনুসৰি ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ১৭.৭ লাখলৈ হ্ৰাস পোৱাৰ পাছতো পৰিস্থিতি সংকটজনক হৈয়েই আছে।

দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বুলেটিন অনুসৰি শেহতীয়াকৈ অসমৰ কাছাৰ (২), ধুবুৰী, ধেমাজি, দক্ষিণ শালমাৰা, নগাঁও, আৰু শিৱসাগৰ জিলাত মুঠ ৭জন লোকৰ মৃত্যু হৈছে।

Apply Now

কেৱল বানতে ৭৯ জন লোকৰ প্ৰাণ হেৰুৱাইছে, বাকীসকল লোকৰ মৃত্যু ভূমিস্খলন আৰু ধুমুহাৰ ফলত হৈছে।

বানপানীৰ প্ৰভাৱ কিছু হ্ৰাস পাইছে। ২৬খন জিলাত ১,৭১৭,৫৯৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা শুকুৰবাৰে তথ্য অনুসৰি ২৭খন জিলাত ১,৮৮০,৭০০ লোক ক্ষতিগ্ৰস্ত হৈছিল।

অৱশ্যে সোমবাৰে ৪৯,০১৪.০৬ হেক্টৰ শস্য ভূমিৰ তুলনাত এতিয়াও ৩৮,৮৭০.৩ হেক্টৰ শস্য ভূমিৰ ডুব গৈ আছে।

জিলা হিচাপে ৩৫৪,০৪৫ জন বাসিন্দা আক্ৰান্ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ধুবুৰীৰ পিছতে আছে কাছাৰ (১৮১,৫৪৫), শিৱসাগৰ (১৩৬,৫৪৭), বৰপেটা (১১৬,০৭৪), আৰু গোলাঘাট (১০৯,৪৭৫)।

বান সাহায্য অব্যাহত আছে। ৪৮,০২১ জন লোকে ৫০৭ টা সাহায্য শিবিৰত আশ্ৰয় লৈছে আৰু ১০৪,৬৬৫ জন লোকে সাহায্য সামগ্ৰী লাভ কৰিছে।

বন্যপ্ৰাণীৰ বাবে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

এতিয়ালৈকে ডুব যোৱাৰ ফলত আৰু চিকিৎসাৰ সময়ত ১৫৯টা জীৱ-জন্তুৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩৩টা জীৱ-জন্তু উদ্ধাৰ কৰা হৈছে। বানৰ ফলত ১,৩৬৬,৮২৯টা জীৱ-জন্তু  আক্ৰান্ত হৈছে আৰু ২০টা জীৱ-জন্তু বানে উটুৱাই লৈ গৈছে।

সমগ্ৰ অসমৰ আন্তঃগাঁথনিৰ ক্ষতিৰ ভিতৰত আছে ৯৪টা পথ, তিনিখন দলং, ২৬টা ঘৰ, আৰু ৬টা মথাউৰি।

ব্ৰহ্মপুত্ৰ নদী নিমাতীঘাট, তেজপুৰ, গুৱাহাটী, আৰু ধুবুৰীত বিপদসীমাৰ ওপৰেৰে বৈ আছে।

বিপদ সীমা অতিক্ৰম কৰা আন নদীসমূহ হ’ল চেনিমাৰী (ডিব্ৰুগড়)ত বুঢ়ী দিহিং, শিৱসাগৰৰ দিখৌ, নাংলামুৰাঘাট (শিৱসাগৰ)ৰ দিছাং, ধৰমতুল (নগাঁও)ৰ কপিলী, আৰু কৰিমগঞ্জৰ কুছিয়াৰা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd