DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুম্বাইৰ হোটেলত উদ্ধাৰ সাতবাৰৰ সাংসদৰ মৃতদেহ; আত্মহত্যা কৰাৰ সন্দেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 7:18 am
WhatsApp Image 2021-02-22 at 7.45.26 PM

মোহন ডেলকৰ।

353
VIEWS
Share on FacebookShare on Twitter

দাদৰ আৰু নাগৰ হাভেলিৰ সাতবাৰৰ সাংসদ মোহন ডেলকৰৰ মৃতদেহ সোমবাৰে মুম্বাইৰ এখন হোটেলত উদ্ধাৰ হয়।

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত ৫৮বছৰীয়া এই নিৰ্দলীয় সাংসদগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে।

জানিব পৰা মতে, মুম্বাইৰ মেৰিন ড্ৰাইভৰ এখন ছি ফেচিং হোটেলত আছিল জনপ্ৰিয় সাংসদগৰাকী। ইয়াৰ পৰাই সাংসদগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে।

বাতৰি অনুসৰি মৃতদেহৰ কাষৰ পৰা গুজৰাটী ভাষাত লিখা এটি আত্মহত্যাৰ টোকাও পোৱা গৈছে। অৱশ্যে, আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে এই সন্দৰ্ভত নিশ্চিত হ’ব পৰা যাব বুলি জনায়।

মোহন ডেলকৰৰ পত্নীৰ লগতে এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানো আছে। ডেলকৰ সংসদৰ বিভিন্ন গুৰুত্বপূৰ্ণ কমিটিৰ সদস্যও আছিল।

প্ৰথমাৱস্থাত ট্ৰেড য়ুনিয়নৰ নেতা হিচাপেও পৰিচিত ডেলকৰে আদিবাসীসকলৰ অধিকাৰৰ বাবে কাম কৰিছিল।

১৯৮৯চনত তেওঁ প্ৰথমবাৰ কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০০৪চনলৈকে তেওঁ একেৰাহে নিৰ্বাচিত হৈছিল। ডেলকৰে তিনিবাৰ কংগ্ৰেছ আৰু তিনিবাৰ বিজেপি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

ইয়াৰ পাছতে ২০০৯ আৰু ২০১৪চনত তেওঁ পৰাজিত হয়।

যোৱা নিৰ্বাচনত ডেলকৰে নিজে প্ৰতিষ্ঠা কৰা ভাৰতীয় নৱশক্তি পাৰ্টিৰ টিকটত পুনৰ বিজয়ী হয়।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd