• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘চানশ্ৰী’ৰ সম্পাদক জোহৰ ব্ৰহ্মৰ মৃত্যুত বিটিএডিৰ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 14, 2018 12:50 pm
Jahar-Brahma-

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়ো ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত ‘চানশ্ৰী’ৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, ব্ৰহ্ম ধৰ্মসাধক জোহৰ ব্ৰহ্মই যোৱা দেওবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা ঘটনাই সমগ্ৰ বিটিএডিতে শোকৰ ছাঁ পেলাইছে।

সম্পাদক ব্ৰহ্মৰ আকস্মিক মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গোসাঁইগাঁওবাসীক শোকস্তব্ধ কৰি তুলিছে। তাৰোপৰি ব্ৰহ্মৰ মৃত্যুৰ  বাতৰিটো অঞ্চলটোৰ কোনেও সহজভাৱে ল’ব পৰা নাই। এজন অসাধাৰণ ব্যক্তিক হেৰুৱাই সকলো শোকস্তব্ধ।

Apply Now

উল্লেখ্য যে জোহৰ ব্ৰহ্মই ১৯৫৩ চনত গোসাঁইগাঁও মহকুমাৰ কমলসিং (কাজিগাঁও) নামৰ গাঁৱত জন্মগ্ৰহণ কৰে। কমলসিং এম ভি স্কুলত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি ধুবুৰী চৰকাৰী হাইস্কুলৰ পৰা মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা পি ইউ পাছ কৰা ব্ৰহ্মই গোসাঁইগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ১৯৭৫ চনত পাঠাকাটা হাইস্কুলত শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত ১৯৮৪ চনত ব্ৰহ্মই গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰি একেৰাহে ২৯ বছৰ শিক্ষকতা কৰি ২০১৩ চনৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে।

উল্লেখ্য যে শিক্ষকৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে বিভিন্ন সামাজিক কাৰ্যৰ লগত জড়িত হৈ পৰাৰ উপৰি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম প্ৰৱৰ্তিত ব্ৰহ্ম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ওত:প্ৰোত ভাৱে জড়িত হৈ পৰে।

মন কৰিবলগীয়া যে ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ বড়ো ভাষাত ‘স্বাৰনিত্য ক্ৰিয়া’ আৰু ‘পাৰমাতি দৰ্খাং’ নামৰ দুখনকৈ ধৰ্মগ্ৰন্থ ছপা কৰি উলিয়াই। এই বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যু বড়ো জাতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে বিটিএডিৰ বহু সচেতন লোকে।

মৃত্যুৰ সময়ত ব্ৰহ্মই এজন পুত্ৰ, দুগৰাকী কন্যাৰ লগতে বহু আত্মীয়ৰ লগতে শুভাকাংশীক ইহ সংসাৰত এৰি থৈ যায়। অসাধৰণ ব্যক্তিত্বৰ অধিকাৰী জোহৰ ব্ৰহ্মৰ মৃত্যুত গোসাঁইগাঁৱৰ বিভিন্ন দল-সংগঠনৰ লগতে বিভিন্ন লোকে শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd