DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত অৰ্ধনগ্ন প্ৰতিবাদ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
January 21, 2019 4:12 pm
WhatsApp Image 2019-01-21 at 4.03.05 PM

বিশ্বনাথত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদৰ দৃশ্য

279
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এইবাৰ বিশ্বনাথত অন্তৰ্বাস পিন্ধি প্ৰতিবাদ  সাব্যস্ত কৰিছে৷ বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ  সন্মুখত  ৩ জন সচেতন যুৱকে এই   প্ৰতিবাদী কার্সূচী পালন কৰিছে৷ চতিয়াৰ যুৱক হেমন্ত  শইকীয়াৰ সৈতে অন্তৰ্বাস পিন্ধি অৰ্ধ উলংগ অৱস্থাত ভুবন দাস আৰু ভাৰত কাকতিয়ে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা গোর্খা সন্মিলন, বিশ্বনাথ জিলা নেপালী সাহিত্য সভা আৰু বিশ্বনাথ জিলা আগছুৰ সমুহ আঞ্চলিক সমিতি সমুহৰ সহযোগত আজি বিশ্বনাথ চাৰিআলিত জোৰদাৰ প্ৰতিবাদী কাৰ্য্যসুচী গ্ৰহণ কৰা হয়। ভাৰতীয় সংবিধানৰ মূল ভেটি দুটা ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰত পোনপটীয়াকৈ কুঠাৰাঘাত কৰা চৰকাৰৰ এই কাৰ্য্যৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি ৰাজপথ কঁপাই তোলাৰ লগতে ভাৰত চৰকাৰৰ প্ৰতিমূৰ্ত্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, পুৱা ১১-০০ বজাৰ পৰা ১-০০ বজালৈকে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ‘অসম চাহ জনজাতি ছাত্ৰ সন্থা’ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ, বিহালী, গহপুৰ আৰু নদুৱাৰ শাখাৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক  আইন, ২০১৬ বাতিল কৰা, অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে দাবী জনাই ধৰ্ণা কাৰ্যসূচী পালন কৰে। এতিয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাও প্ৰতিবাদত মুখৰ হ’বলৈ ধৰিছে। ২ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী  লগতে আগছুৱে ৰাজপথত প্ৰতিমূৰ্ত্তি দাহ কৰা প্ৰতিবাদক  আগন্তুক সময়ত চৰকাৰে কেনেধৰণে গুৰত্ব দিয়ে সেয়া হ’ব  লক্ষণীয়।

Recent News

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd