• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চকু পৰীক্ষা কেন্দ্ৰলৈ নি গৌৰীসাগৰত স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন ফাৰ্মাচিষ্টৰ

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , January 22, 2019 9:21 pm

2 min read

Gaurisagar
1.6k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ ম’ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী ফাৰ্মাচিষ্টে এখন বালিকা বিদ্যালয়ৰ একাংশ ছাত্ৰীক চকু পৰীক্ষাৰ বাবে নিয়াৰ সময়ত যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

প্ৰাপ্ত অভিযোগ অনুসৰি শিৱসাগৰ জিলাৰ আমগুৰিৰ ম’ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য সেৱা কাৰ্যক্ৰমৰ অধীনত মুজাহিদুল ইছলাম নামৰ ফাৰ্মাচিষ্টজনে জাঁজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩৩ গৰাকী ছাত্ৰীক চকু পৰীক্ষাৰ বাবে দুখন গাড়ীত কেন্দ্ৰটোলৈ লৈ গৈছিল।

আজি দিনৰ প্ৰায় ১০:৩০ বজাত ফাৰ্মাচিষ্ট মুজাহিদুলৰ নেতৃত্বত এখন টাটা চুমু আৰু মাৰুতি ভানত ছাত্ৰীসকলক ম’ৰাবজাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয়। মাৰুতি ভানত যোৱা অভিযুক্ত মুজাহিদুলে ইয়াৰে ৩ গৰাকী ছাত্ৰীক গাড়ীৰ ভিতৰতে অশ্লীল ছবি দেখুৱাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে।

ছাত্ৰীসকলে চকু পৰীক্ষা কৰাই আহি বিয়লিৰভাগত স্কুলত উপস্থিত হৈ প্ৰধান শিক্ষয়িত্ৰীক সকলো বিৱৰি কোৱাতহে ঘটনাটো পোহৰলৈ আহে। প্ৰধান শিক্ষয়িত্ৰীয়ে ঘটনা সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰাত আৰক্ষীয়ে তৎপৰতাৰে অভিযুক্তক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

ধুবুৰী কালাহাটৰ প্ৰয়াত হামিদ আলী মণ্ডলৰ পুত্ৰ মুজাহিদুল ইছলাম ম’ৰাবজাৰ স্বাস্থ্যকেন্দ্ৰত ৰাষ্ট্ৰীয় গ্ৰামীন স্বাস্থ্য অভিযানৰ অধীনত ফাৰ্মাচিষ্ট হিচাপে নিয়োজিত হৈ আছে।

আনহাতে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে কোনো এজন তত্ত্বাৱধায়ক নোহোৱাকৈয়ে ছাত্ৰীসকলক এনেদৰে পথোৱা কাৰ্য্যত স্থানীয় ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে।

Recent News

ক’ৰ’নাত আক্ৰান্ত হৈ জিম্বাবুৱেৰ বৈদেশিক মন্ত্ৰীৰ বিয়োগ

ক’ৰ’নাত আক্ৰান্ত হৈ জিম্বাবুৱেৰ বৈদেশিক মন্ত্ৰীৰ বিয়োগ

doraemon-nobita-shizuka

লাই হালে জালে ফুল চন্দন তুলসী… সম্পন্ন হ’ল Doraemon ৰ নবিটা-ছিজুকাৰ বিয়া!

১২৫ সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে নেতাজীৰ নামাৰে ৰে’লৰ নামাকৰণ ভাৰতীয় ৰে’লৱেৰ

১২৫ সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে নেতাজীৰ নামাৰে ৰে’লৰ নামাকৰণ ভাৰতীয় ৰে’লৱেৰ

Himanta-Pratibandhi

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ হাজাৰ হাজাৰ প্ৰতিবন্ধীৰ; কিন্তু কিয়?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd