• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিহিং পাটকাই ৰক্ষা, টোল গেট বন্ধকে ধৰি বিভিন্ন দাবীত SFI, DYFIৰ ৰাজ্যজোৰা প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2020 8:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না মহামাৰীয়ে সৃষ্টি কৰা দুৰ্যোগৰ বাবে আৰোপ কৰা বাধা-নিষেধৰ সুযোগ লৈ বিজেপি চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী আৰু প্ৰকৃতি বিৰোধী পদক্ষেপৰ তীব্ৰ  প্ৰতিবাদ জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন (SFI) আৰু গণতান্ত্ৰিক যুৱ ফেডাৰেছন (DYFI)ৰ অসম ৰাজ্যিক কমিটিয়ে৷

শাৰিৰীক দুৰত্ব বজাই ৰাখি ৰাজ্যখনৰ প্ৰতিখন জিলাতে আজি সংগঠন দুটাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

Apply Now

দুয়োটা সংগঠনে ক্ষোভেৰে জনাই যে চৰকাৰে প্ৰতিশোধপৰায়ণ মানসিকতাৰে দিল্লীত অধ্যয়নৰত অসমৰ ছাত্ৰী দেবাংগনা কলিতা আৰু নাতাচা নৰোৱাল নামৰ ছাত্ৰী দুগৰাকীক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰিছে৷

জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ বাবে আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাইড্ৰ-কাৰ্বন নিষ্কাষণৰ অনুমতি দিছে৷ ৰাজ্যৰ ৮খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গোটাই দিব ওলাইছে৷

বিজেপি চৰকাৰে একমাত্ৰ পুঁজিপতিৰ লাভৰ বাবেই দেশ তথা জনতাৰ স্বাৰ্থ জলাঞ্জলি দি এনেদৰে এটাৰ পাছত এটাকৈ গ্ৰহণ কৰা চূড়ান্ত জনবিৰোধি, প্ৰকৃতি ধ্বংসকাৰী সিদ্ধান্তৰ প্ৰতিবাদ কৰাৰ উপৰি এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিকক অন্তসত্তা হোৱাৰ বাবেই চাকৰিৰ পৰা অব্যাহতি ল’বলৈ বাধ্য কৰা ঘটনাক তীব্ৰ প্ৰতিবাদ জনায় SFI আৰু DYFI-এ৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠন দুটাই সাংবাদিক গৰাকীক পুনৰ কামত বাহাল ৰখাৰ লগতে সকলো সাংবাদিকৰ সামাজিক আৰু কামৰ নিৰাপত্তাৰ দাবী কৰে৷

SFI আৰু DYFIৰ ৰাজ্যিক কমিটিয়ে হাজোৰ সনাতন ডেকাৰ আৰু চাবুৱাৰ পৰাগজ্যোতি নেওগৰ হত্যাৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী কৰে৷ হাজোৰ সনাতন ডেকাৰ হত্যাৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চলোৱা চেষ্টাকো সংগঠনদ্বয়ে উদ্বেগ প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়৷

আনহাতে নলবাৰী জিলাৰ বৰতোলাত হিৰণ্য শৰ্মা নামৰ পুজাৰিজনক সমূহীয়াভাৱে কৰা জঘণ্য নিৰ্যাতনৰ ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ নকৰা কাৰ্যক তীব্ৰ ধিক্কাৰ জনাই তেওঁলোকে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে৷

দুয়োটা সংগঠনে আহ্বান জনোৱা ৰাজ্যজোৰা প্ৰতিবাদ আজি প্ৰতিখন জিলাতে ৰূপায়িত হোৱাৰ উপৰি গুৱহাটীত কেন্দ্ৰীয়ভাৱে ৰূপায়ণ কৰা হয়৷

গুৱাহাটীৰ কাৰ্যসূচীত SFI ৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথ, কেন্দ্ৰীয় নেত্ৰী সংগীতা দাস, DYFIৰ ৰাজ্যিক সম্পাদক নয়ন ভূঞা আৰু সভাপতি লোকনাথ অধিকাৰীয়ে অংশ লয়৷

দুয়োটা সংগঠনৰ নেতৃবৃন্দই চমু বক্তব্যত বিজেপি চৰকাৰে লকডাউনৰ সুযোগ লৈ গ্ৰহণ কৰা জনবিৰোধি সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা লগতে এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ ৰাজ্যবাসীলৈ আহ্বান জনায়৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd